Thursday, 3 September 2020

03 September, 2020 Golaghat Kush “কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ” এক ললীপপ ------সদৌ কোচ যুৱ পৰিষদ ৷ ৩ছেপ্তেম্বৰ অসম বিধানসভাত বৃহস্পতিবাৰে চৰকাৰে মৰাণ ; মটক আৰু কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ; অতন’মাছ কাউঞ্চিল ঘোষণা কৰা বিষয়টোত সন্তুষ্ট নহয় - সদৌকোচ যুৱপৰিষদ ৷ সংগঠনটোৰ কেন্দ্ৰীয় মুখপাত্ৰ নিৰ্মল দত্ত ; নাৰায়নীসেনাৰ সেনাধ্যক্ষ মিণ্টু বৰা কোচ গোলাঘাট জিলাৰ সেনাধ্যক্ষ শৰৎ তামুলী;য়ে আজি চৰকাৰৰ এই ঘোষণাক মানি লোৱানাই সংগঠনটোৰগোলাঘাটৰ কা্য্যালয় বৃহস্পতিবাৰে তেওঁলোকে স্পষ্ট কৰেযে চৰকাৰে "কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ ঘোষণা কৰা মানেই এই পৰিষদখন কোচ সকলক দিছে "কোচ ৰাজবংশী "বুলি কোনো সুকীয়া জাতি নাই “ৰাজবংশী” এটা উপাধীহে ৷ স্বায়ত্ত্বশাসিত পৰিষদ এটা চৰকাৰি ললিপপ বুলি সংগঠনটোৱে অভিহিত কৰিছে ৷ ভূমীপুত্ৰ কোচ সকলে জনজাতিকৰণ আৰু প্ৰতিজিলাত একোখনকৈ উন্নয়ন পৰিষদ গঠনৰ দাবীলৈ সুদীৰ্ঘকাল আন্দোলন কৰি আহিছে ৷ চলিত বিধানসভাৰ আৰম্ভণি দিনাও গুৱাহাটীত এই দাবীৰে ধৰ্ণা কায্যসূচী পালন কৰিলে তথাপিও চৰকাৰে জাতিটোক ভাগ ভাগ কৰাৰ বাবে গভীৰ ষড়যন্ত্ৰত লীপ্তহৈছে ৷ কোচ জাতিটোক একেখন সংবিধানত অসমত অন্যান্য পিছপৰা ; মেঘালয়ত জনজাতি আৰু পশ্চিমবঙ্গত অনুসূচীত জাতিৰ ময্যদা দিয়া হৈছে ৷ চৰকাৰৰ এই বিভাজনৰ ৰাজনীতি কিয় বুলি নেতাসকলে প্ৰশ্ন কৰিছে ৷ আৰু বিভাজনৰ ৰাজনীতি পৰিহাৰ কৰি অহা নিৰ্বাচনৰ পূৰ্বেই তেওলোকৰ দাবী সমূহ পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ৷ :::প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট

 03 September, 2020


Golaghat Kush


“কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ” এক ললীপপ  ------সদৌ কোচ যুৱ পৰিষদ ৷


৩ছেপ্তেম্বৰ 


অসম বিধানসভাত বৃহস্পতিবাৰে চৰকাৰে মৰাণ ; মটক আৰু কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ; অতন’মাছ কাউঞ্চিল ঘোষণা কৰা বিষয়টোত সন্তুষ্ট নহয় - সদৌকোচ যুৱপৰিষদ ৷ সংগঠনটোৰ কেন্দ্ৰীয় মুখপাত্ৰ নিৰ্মল দত্ত ; নাৰায়নীসেনাৰ সেনাধ্যক্ষ মিণ্টু বৰা কোচ গোলাঘাট জিলাৰ সেনাধ্যক্ষ শৰৎ

 তামুলী;য়ে আজি চৰকাৰৰ এই ঘোষণাক মানি লোৱানাই সংগঠনটোৰগোলাঘাটৰ কা্য্যালয় বৃহস্পতিবাৰে তেওঁলোকে স্পষ্ট কৰেযে চৰকাৰে "কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ ঘোষণা কৰা মানেই এই পৰিষদখন কোচ সকলক দিছে "কোচ ৰাজবংশী "বুলি কোনো সুকীয়া জাতি নাই “ৰাজবংশী” এটা উপাধীহে ৷ স্বায়ত্ত্বশাসিত পৰিষদ এটা চৰকাৰি ললিপপ বুলি সংগঠনটোৱে অভিহিত কৰিছে ৷ ভূমীপুত্ৰ কোচ সকলে জনজাতিকৰণ আৰু প্ৰতিজিলাত একোখনকৈ উন্নয়ন পৰিষদ গঠনৰ দাবীলৈ সুদীৰ্ঘকাল আন্দোলন কৰি আহিছে ৷ চলিত বিধানসভাৰ আৰম্ভণি দিনাও গুৱাহাটীত এই দাবীৰে ধৰ্ণা কায্যসূচী পালন কৰিলে তথাপিও চৰকাৰে জাতিটোক ভাগ ভাগ কৰাৰ বাবে গভীৰ ষড়যন্ত্ৰত লীপ্তহৈছে ৷ কোচ জাতিটোক একেখন সংবিধানত অসমত অন্যান্য পিছপৰা ; মেঘালয়ত জনজাতি আৰু পশ্চিমবঙ্গত অনুসূচীত জাতিৰ ময্যদা দিয়া হৈছে ৷ চৰকাৰৰ এই বিভাজনৰ ৰাজনীতি কিয় বুলি নেতাসকলে প্ৰশ্ন কৰিছে ৷ আৰু  বিভাজনৰ ৰাজনীতি পৰিহাৰ কৰি অহা নিৰ্বাচনৰ পূৰ্বেই তেওলোকৰ দাবী সমূহ পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ৷ :::প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট


03 September, 2020 Breaking news

Breaking news

03 September, 2020

ভাৰতৰ সাৰ্বভৌমত্ব আৰু সংহতি, ভাৰতৰ প্ৰতিৰক্ষা, ৰাজ্য আৰু জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিস্বৰূপ ১১৮টা ম’বাইল এপ বন্ধ কৰিলে চৰকাৰে

ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে তথ্য প্ৰযুক্তি আইনৰ ৬৯(ক) ধাৰাৰ লগতে তথ্য প্ৰযুক্তি (জনসাধাৰণৰ তথ্য আহৰণ পদ্ধতি আৰু নিৰাপত্তাজনিত কাৰণত নিষিদ্ধকৰণ) আইন, ২০০৯ৰ অধীনত ভাৰতৰ সাৰ্বভৌমত্ব আৰু সংহতি, ভাৰতৰ প্ৰতিৰক্ষা, ৰাজ্য আৰু জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি অনা ১১৮টা ম’বাইল এপ(পৰিশিষ্টত উল্লেখিত) বন্ধ ঘোষণা কৰিছে। 

বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এনড্ৰ’ইড আৰু আইঅ’এছ মঞ্চত উপলব্ধ ভাৰতৰ লগতে বৰ্হি ৰাষ্ট্ৰৰ কেতবোৰ ম’বাইল এপৰ অপব্যৱহাৰৰ সন্দৰ্ভত বহুতো অভিযোগ লাভ কৰিছে৷ তদুপৰি, এই এপসমূহৰ ব্যৱহাৰে ভাৰতৰ ৰাষ্ট্ৰীয় আৰু প্ৰতিৰক্ষাজনিত নিৰাপত্তাৰ লগতে দেশৰ সাৰ্বভৌমত্ব আৰু সংহতিৰ প্ৰতি ভাবুকি অনাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰালয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ তাৎক্ষণিকভাৱে এই এপসমূহ বন্ধ ঘোষণা কৰিছে। 

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰইও বিগত সময়ত এই ক্ষতিকাৰক এপসমূহ বন্ধ কৰাৰ পৰা বিস্তৃত পৰামৰ্শ আগবঢ়াইছিল৷ সেইদৰে, সংসদৰ বাহিৰে ভিতৰে বহু জনপ্ৰতিনিধিয়েও এই এপসমূহৰ পৰা হ’ব পৰা হানিৰ আশংকা কৰি এইবোৰৰ নিষিদ্ধকৰণৰ দাবী জনাই আহিছিল৷ এই এপসমূহে আমাৰ নাগৰিকৰ গোপনীয়তাৰ প্ৰতিও ভাবুকি অনা বুলি ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ দাবী প্ৰায়ে উত্থাপন হৈ আহিছিল৷

এই এপসমূহৰ নিষিদ্ধকৰণে কোটি কোটি ভাৰতীয় আৰু ইণ্টাৰনেট ব্যৱহাৰকাৰীক নিৰাপত্তা প্ৰদান কৰিব৷ এই সিদ্ধান্তই ভাৰতীয় চাইবাৰ স্পেচৰ সুৰক্ষা, নিৰাপত্তা আৰু সাৰ্বভৌমত্বক সুনিশ্চিত কৰিব৷

 

পৰিশিষ্ট-

APUS Launcher Pro- Theme, Live Wallpapers, Smart
APUS Launcher -Theme, Call Show, Wallpaper, HideApps
APUS Security -Antivirus, Phone security, Cleaner
APUS Turbo Cleaner 2020- Junk Cleaner, Anti-Virus
APUS Flashlight-Free & Bright
Cut Cut – Cut Out & Photo Background Editor
Baidu
Baidu Express Edition
FaceU - Inspire your Beauty
ShareSave by Xiaomi: Latest gadgets, amazing deals
CamCard - Business Card Reader
CamCard Business
CamCard for Salesforce
CamOCR
InNote
VooV Meeting - Tencent Video Conferencing
Super Clean - Master of Cleaner, Phone Booster
WeChat reading
Government WeChat
Small Q brush
Tencent Weiyun
Pitu
WeChat Work
Cyber Hunter
Cyber Hunter Lite
Knives Out-No rules, just fight!
Super Mecha Champions
LifeAfter
Dawn of Isles
Ludo World-Ludo Superstar
Chess Rush
PUBG MOBILE Nordic Map: Livik
PUBG MOBILE LITE
Rise of Kingdoms: Lost Crusade
Art of Conquest: Dark Horizon
Dank Tanks
Warpath
Game of Sultans
Gallery Vault - Hide Pictures And Videos
Smart AppLock (App Protect)
Message Lock (SMS Lock)-Gallery Vault Developer Team
Hide App-Hide Application Icon
AppLock
AppLock Lite
Dual Space - Multiple Accounts & App Cloner
ZAKZAK Pro - Live chat & video chat online
ZAKZAK LIVE: live-streaming & video chat app
Music - Mp3 Player
Music Player - Audio Player & 10 Bands Equalizer
HD Camera Selfie Beauty Camera
Cleaner - Phone Booster
Web Browser & Fast Explorer
Video Player All Format for Android
Photo Gallery HD & Editor
Photo Gallery & Album
Music Player - Bass Booster - Free Download
HD Camera - Beauty Cam with Filters & Panorama
HD Camera Pro & Selfie Camera
Music Player - MP3 Player & 10 Bands Equalizer
Gallery HD
Web Browser - Fast, Privacy & Light Web Explorer
Web Browser - Secure Explorer
Music player - Audio Player
Video Player - All Format HD Video Player
Lamour Love All Over The World
Amour- video chat & call all over the world.
MV Master - Make Your Status Video & Community
MV Master - Best Video Maker & Photo Video Editor
APUS Message Center-Intelligent management
LivU Meet new people & Video chat with strangers
Carrom Friends : Carrom Board & Pool Game-
Ludo All Star- Play Online Ludo Game & Board Games
Bike Racing : Moto Traffic Rider Bike Racing Games
Rangers Of Oblivion : Online Action MMO RPG Game
Z Camera - Photo Editor, Beauty Selfie, Collage
GO SMS Pro - Messenger, Free Themes, Emoji
U-Dictionary: Oxford Dictionary Free Now Translate
Ulike - Define your selfie in trendy style
Tantan - Date For Real
MICO Chat: New Friends Banaen aur Live Chat karen
Kitty Live - Live Streaming & Video Live Chat
Malay Social Dating App to Date & Meet Singles
Alipay
AlipayHK
Mobile Taobao
Youku
Road of Kings- Endless Glory
Sina News
Netease News
Penguin FM
Murderous Pursuits
Tencent Watchlist (Tencent Technology
Learn Chinese AI-Super Chinese
HUYA LIVE – Game Live Stream
Little Q Album
Fighting Landlords - Free and happy Fighting Landlords
Hi Meitu
Mobile Legends: Pocket
VPN for TikTok
VPN for TikTok
Penguin E-sports Live assistant
Buy Cars-offer everything you need, special offers and low prices
iPick
Beauty Camera Plus - Sweet Camera & Face Selfie
Parallel Space Lite - Dual App
"Chief Almighty: First Thunder BC
MARVEL Super War NetEase Games
AFK Arena
Creative Destruction NetEase Games
Crusaders of Light NetEase Games
Mafia City Yotta Games
Onmyoji NetEase Games
Ride Out Heroes NetEase Games
Yimeng Jianghu-Chu Liuxiang has been fully upgraded
Legend: Rising Empire NetEase Games
Arena of Valor: 5v5 Arena Games
Soul Hunters
Rules of Survival

03 September, 2020*NOTICE*Assam policeExam date : - 20-09-2020SUB INSPECTOR (UB)

03 September, 2020

*NOTICE*

Assam police
Exam date : - 20-09-2020
SUB INSPECTOR (UB)

Wednesday, 2 September 2020

02 September, 2020 O. C. : গোলাঘাটত ধাৰাবাহিক ভাবে শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান জিলা পৰ্যায়ৰ টাষ্ক ফ'ৰ্চৰ। গোলাঘাট চহৰৰ লগতে জিলা খনৰ বিভিন্ন ঠাইত বনকৰা হিচাপে কৰ্মত নিয়োজিত কৰি ৰখা একাংশ কণমানিৰ বিৰুদ্ধে এই অভিযান। এইবাৰ গোলাঘাটৰ চান্দমাৰীৰ এখন পিতনিৰ পৰা উদ্ধাৰ কৰা হয় এটি কণমানিক। কণমানিজনীক পিতনিত লুকুৱাই ৰাখিছিল গৃহস্থই। গোলাঘাট জিলা পৰ্যায়ৰ টাষ্ক ফ'ৰ্চে নগৰৰ বিভিন্ন অঞ্চলত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান চলাই তিনিগৰাকী কন্যা শিশু শ্ৰমিক উদ্ধাৰ কৰে। নগৰখনৰ বিভিন্ন অঞ্চলত অভিযান চলাই টাষ্ক ফ'ৰ্চে। নগৰৰ চান্দমাৰীৰ পৰা গৃহস্তৰ নিৰ্যাতনৰ বলি হোৱা এগৰাকী কণমানিক উদ্ধাৰ কৰে অভিযান কাৰী দলটোৱে। চান্দমাৰীৰ গিৰীশ গগৈৰ ঘৰত বনকৰা ছোৱালী হিচাপে নিয়োজিত থকা এজনী কণমানিক পিতনিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । টাষ্ক ফ'ৰ্চৰ অভিযানৰ কথা গম পাই কনমাণি জনীক পিতনি দিশে পলাই যাবলৈ নিৰ্দেশ দিছিল গৃহস্থই। অভিযান কাৰী দলটোৱে পিতনিৰ পৰা কনমাণি জনীক উদ্ধাৰ কৰে । ইয়াৰ পিছত নিৰ্লজভাৱে সাংবাদিকক গা এৰা মন্তব্য দিয়ে গিৰীশ গগৈৰ পৰিয়ালে। কি কয় গৃহস্থই ;শুনকচোন। V. O. : গোলাঘাট আৰক্ষীৰ সহযোগত সহকাৰী শ্ৰম আয়ুক্ত অপূৰ্ব কুমাৰ দাস, জিলা শিশু সুৰক্ষা গোটৰ প্ৰণামী দত্ত শইকীয়া, ৰুলী ঠেঙাল, PLV প্ৰীয়া দত্ত আৰু জিলা ন্যায়িক সেৱা বিষয়া নাৰায়ণ কুৰীয়ে এই অভিযান চলাই। জিলা পৰ্যায়ৰ টাষ্ক ফ'ৰ্চে বৰ্তমান গোলাঘাট আৰক্ষীক তদন্তৰ বাবে কণমানি কেইজনীক গোলাঘাট আৰক্ষীক চমজাই দিয়ে। তদন্ত সমাপ্তৰ পিছতেই শিশু গৃহলৈ প্ৰেৰণ কৰা হ'ব কণমানি কেইটাক। জিলা ন্যায়িক সেৱা বিষয়া নাৰায়ণ কুৰিয়ে জিলা বাসীলৈ আহ্বান জনাই কয় কোনেও যাতে শিশু শ্ৰমিক নিয়োগ নকৰিব। Byte 2: জিলা ন্যায়িক সেৱা বিষয়া নাৰায়ণ কুৰি::: প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট :২/৯/২০২০

 02 September, 2020


O. C. : গোলাঘাটত ধাৰাবাহিক ভাবে শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান জিলা পৰ্যায়ৰ টাষ্ক ফ'ৰ্চৰ। গোলাঘাট চহৰৰ লগতে জিলা খনৰ বিভিন্ন ঠাইত বনকৰা হিচাপে কৰ্মত নিয়োজিত কৰি ৰখা একাংশ কণমানিৰ বিৰুদ্ধে এই অভিযান। এইবাৰ গোলাঘাটৰ চান্দমাৰীৰ এখন পিতনিৰ পৰা উদ্ধাৰ কৰা হয় এটি কণমানিক। কণমানিজনীক পিতনিত লুকুৱাই ৰাখিছিল  গৃহস্থই।

 গোলাঘাট জিলা পৰ্যায়ৰ টাষ্ক ফ'ৰ্চে নগৰৰ বিভিন্ন অঞ্চলত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান চলাই তিনিগৰাকী কন্যা শিশু শ্ৰমিক উদ্ধাৰ কৰে। নগৰখনৰ বিভিন্ন অঞ্চলত অভিযান চলাই টাষ্ক ফ'ৰ্চে। 

নগৰৰ চান্দমাৰীৰ পৰা গৃহস্তৰ নিৰ্যাতনৰ বলি হোৱা এগৰাকী কণমানিক উদ্ধাৰ কৰে অভিযান কাৰী দলটোৱে। চান্দমাৰীৰ গিৰীশ গগৈৰ ঘৰত বনকৰা ছোৱালী হিচাপে নিয়োজিত থকা এজনী কণমানিক পিতনিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । টাষ্ক ফ'ৰ্চৰ অভিযানৰ কথা গম পাই কনমাণি জনীক পিতনি দিশে পলাই যাবলৈ নিৰ্দেশ দিছিল গৃহস্থই। অভিযান কাৰী দলটোৱে পিতনিৰ পৰা কনমাণি জনীক উদ্ধাৰ কৰে । ইয়াৰ পিছত নিৰ্লজভাৱে সাংবাদিকক গা এৰা মন্তব্য দিয়ে গিৰীশ গগৈৰ পৰিয়ালে। কি কয় গৃহস্থই ;শুনকচোন।

V. O. : গোলাঘাট আৰক্ষীৰ সহযোগত সহকাৰী শ্ৰম আয়ুক্ত অপূৰ্ব কুমাৰ দাস, জিলা শিশু সুৰক্ষা গোটৰ প্ৰণামী দত্ত শইকীয়া, ৰুলী ঠেঙাল, PLV প্ৰীয়া দত্ত আৰু জিলা ন্যায়িক সেৱা বিষয়া নাৰায়ণ কুৰীয়ে এই অভিযান চলাই। জিলা পৰ্যায়ৰ টাষ্ক ফ'ৰ্চে বৰ্তমান গোলাঘাট আৰক্ষীক তদন্তৰ বাবে কণমানি কেইজনীক গোলাঘাট আৰক্ষীক চমজাই দিয়ে। তদন্ত সমাপ্তৰ পিছতেই শিশু গৃহলৈ প্ৰেৰণ কৰা হ'ব কণমানি কেইটাক। জিলা ন্যায়িক সেৱা বিষয়া নাৰায়ণ কুৰিয়ে জিলা বাসীলৈ আহ্বান জনাই কয় কোনেও যাতে শিশু শ্ৰমিক নিয়োগ নকৰিব।

Byte 2: জিলা ন্যায়িক সেৱা বিষয়া নাৰায়ণ কুৰি::: প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট :২/৯/২০২০


02 September, 2020 গোলাঘাটৰ অগ্ৰণী শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত দেৱৰাজ ৰয় মহাবিদ্যালয় ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস মঙ্গলবাৰে পালন কৰে । প্ৰতিষ্ঠা দিৱস উপলক্ষে মহাবিদ্যালয় কৰ্তৃপক্ষই দিনৰ ভাগত অনুষ্ঠপীয়াকৈ সীমিত কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস পালন কৰে । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়া সময়ত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্রই মহাবিদ্যালয় প্ৰাংগণত বন্তি প্ৰজ্বলন কৰে । ঃঃ প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ২ ছেপ্তেম্বৰ ২০২০

 02 September, 2020


গোলাঘাটৰ অগ্ৰণী শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত দেৱৰাজ ৰয় মহাবিদ্যালয় ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস মঙ্গলবাৰে পালন কৰে ।  প্ৰতিষ্ঠা দিৱস উপলক্ষে মহাবিদ্যালয় কৰ্তৃপক্ষই দিনৰ ভাগত অনুষ্ঠপীয়াকৈ সীমিত কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস পালন কৰে । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়া সময়ত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্রই মহাবিদ্যালয় প্ৰাংগণত বন্তি প্ৰজ্বলন

 কৰে । ঃঃ প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ২ ছেপ্তেম্বৰ ২০২০


02 September, 2020Covid 19 Assam and actions taken as on 1/09/2020

02 September, 2020

Covid 19 Assam and actions taken as on 1/09/2020

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...