Wednesday, 2 September 2020

02 September, 2020 O. C. : গোলাঘাটত ধাৰাবাহিক ভাবে শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান জিলা পৰ্যায়ৰ টাষ্ক ফ'ৰ্চৰ। গোলাঘাট চহৰৰ লগতে জিলা খনৰ বিভিন্ন ঠাইত বনকৰা হিচাপে কৰ্মত নিয়োজিত কৰি ৰখা একাংশ কণমানিৰ বিৰুদ্ধে এই অভিযান। এইবাৰ গোলাঘাটৰ চান্দমাৰীৰ এখন পিতনিৰ পৰা উদ্ধাৰ কৰা হয় এটি কণমানিক। কণমানিজনীক পিতনিত লুকুৱাই ৰাখিছিল গৃহস্থই। গোলাঘাট জিলা পৰ্যায়ৰ টাষ্ক ফ'ৰ্চে নগৰৰ বিভিন্ন অঞ্চলত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান চলাই তিনিগৰাকী কন্যা শিশু শ্ৰমিক উদ্ধাৰ কৰে। নগৰখনৰ বিভিন্ন অঞ্চলত অভিযান চলাই টাষ্ক ফ'ৰ্চে। নগৰৰ চান্দমাৰীৰ পৰা গৃহস্তৰ নিৰ্যাতনৰ বলি হোৱা এগৰাকী কণমানিক উদ্ধাৰ কৰে অভিযান কাৰী দলটোৱে। চান্দমাৰীৰ গিৰীশ গগৈৰ ঘৰত বনকৰা ছোৱালী হিচাপে নিয়োজিত থকা এজনী কণমানিক পিতনিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । টাষ্ক ফ'ৰ্চৰ অভিযানৰ কথা গম পাই কনমাণি জনীক পিতনি দিশে পলাই যাবলৈ নিৰ্দেশ দিছিল গৃহস্থই। অভিযান কাৰী দলটোৱে পিতনিৰ পৰা কনমাণি জনীক উদ্ধাৰ কৰে । ইয়াৰ পিছত নিৰ্লজভাৱে সাংবাদিকক গা এৰা মন্তব্য দিয়ে গিৰীশ গগৈৰ পৰিয়ালে। কি কয় গৃহস্থই ;শুনকচোন। V. O. : গোলাঘাট আৰক্ষীৰ সহযোগত সহকাৰী শ্ৰম আয়ুক্ত অপূৰ্ব কুমাৰ দাস, জিলা শিশু সুৰক্ষা গোটৰ প্ৰণামী দত্ত শইকীয়া, ৰুলী ঠেঙাল, PLV প্ৰীয়া দত্ত আৰু জিলা ন্যায়িক সেৱা বিষয়া নাৰায়ণ কুৰীয়ে এই অভিযান চলাই। জিলা পৰ্যায়ৰ টাষ্ক ফ'ৰ্চে বৰ্তমান গোলাঘাট আৰক্ষীক তদন্তৰ বাবে কণমানি কেইজনীক গোলাঘাট আৰক্ষীক চমজাই দিয়ে। তদন্ত সমাপ্তৰ পিছতেই শিশু গৃহলৈ প্ৰেৰণ কৰা হ'ব কণমানি কেইটাক। জিলা ন্যায়িক সেৱা বিষয়া নাৰায়ণ কুৰিয়ে জিলা বাসীলৈ আহ্বান জনাই কয় কোনেও যাতে শিশু শ্ৰমিক নিয়োগ নকৰিব। Byte 2: জিলা ন্যায়িক সেৱা বিষয়া নাৰায়ণ কুৰি::: প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট :২/৯/২০২০

 02 September, 2020


O. C. : গোলাঘাটত ধাৰাবাহিক ভাবে শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান জিলা পৰ্যায়ৰ টাষ্ক ফ'ৰ্চৰ। গোলাঘাট চহৰৰ লগতে জিলা খনৰ বিভিন্ন ঠাইত বনকৰা হিচাপে কৰ্মত নিয়োজিত কৰি ৰখা একাংশ কণমানিৰ বিৰুদ্ধে এই অভিযান। এইবাৰ গোলাঘাটৰ চান্দমাৰীৰ এখন পিতনিৰ পৰা উদ্ধাৰ কৰা হয় এটি কণমানিক। কণমানিজনীক পিতনিত লুকুৱাই ৰাখিছিল  গৃহস্থই।

 গোলাঘাট জিলা পৰ্যায়ৰ টাষ্ক ফ'ৰ্চে নগৰৰ বিভিন্ন অঞ্চলত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান চলাই তিনিগৰাকী কন্যা শিশু শ্ৰমিক উদ্ধাৰ কৰে। নগৰখনৰ বিভিন্ন অঞ্চলত অভিযান চলাই টাষ্ক ফ'ৰ্চে। 

নগৰৰ চান্দমাৰীৰ পৰা গৃহস্তৰ নিৰ্যাতনৰ বলি হোৱা এগৰাকী কণমানিক উদ্ধাৰ কৰে অভিযান কাৰী দলটোৱে। চান্দমাৰীৰ গিৰীশ গগৈৰ ঘৰত বনকৰা ছোৱালী হিচাপে নিয়োজিত থকা এজনী কণমানিক পিতনিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । টাষ্ক ফ'ৰ্চৰ অভিযানৰ কথা গম পাই কনমাণি জনীক পিতনি দিশে পলাই যাবলৈ নিৰ্দেশ দিছিল গৃহস্থই। অভিযান কাৰী দলটোৱে পিতনিৰ পৰা কনমাণি জনীক উদ্ধাৰ কৰে । ইয়াৰ পিছত নিৰ্লজভাৱে সাংবাদিকক গা এৰা মন্তব্য দিয়ে গিৰীশ গগৈৰ পৰিয়ালে। কি কয় গৃহস্থই ;শুনকচোন।

V. O. : গোলাঘাট আৰক্ষীৰ সহযোগত সহকাৰী শ্ৰম আয়ুক্ত অপূৰ্ব কুমাৰ দাস, জিলা শিশু সুৰক্ষা গোটৰ প্ৰণামী দত্ত শইকীয়া, ৰুলী ঠেঙাল, PLV প্ৰীয়া দত্ত আৰু জিলা ন্যায়িক সেৱা বিষয়া নাৰায়ণ কুৰীয়ে এই অভিযান চলাই। জিলা পৰ্যায়ৰ টাষ্ক ফ'ৰ্চে বৰ্তমান গোলাঘাট আৰক্ষীক তদন্তৰ বাবে কণমানি কেইজনীক গোলাঘাট আৰক্ষীক চমজাই দিয়ে। তদন্ত সমাপ্তৰ পিছতেই শিশু গৃহলৈ প্ৰেৰণ কৰা হ'ব কণমানি কেইটাক। জিলা ন্যায়িক সেৱা বিষয়া নাৰায়ণ কুৰিয়ে জিলা বাসীলৈ আহ্বান জনাই কয় কোনেও যাতে শিশু শ্ৰমিক নিয়োগ নকৰিব।

Byte 2: জিলা ন্যায়িক সেৱা বিষয়া নাৰায়ণ কুৰি::: প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট :২/৯/২০২০


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...