Wednesday, 29 July 2020

29 July, 2020 যোৱা কালি বানপানীৰ শেহতীয়া স্থিতি ৰাজ্যত। Assam Floods 2020


28 July, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে। বিহপুৰীয়া সমষ্টিৰ পাছতে লখিমপুৰ জিলাৰ ন-আলি বালিঘাটত সতীৰ্থ মন্ত্ৰী শ্ৰী কেশৱ মহন্ত, শ্ৰী নৱ কুমাৰ দলে আৰু সাংসদ শ্ৰী প্ৰদান বৰুৱাৰ সৈতে উপস্থিত হৈ সোৱণশিৰি নৈৰ গৰাখহনীয়া পৰ্যবেক্ষণ কৰে আৰু গৰাখহনীয়া প্ৰতিৰোধী ব্যৱস্থা ক্ষিপ্ৰতৰ কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে। এই প্ৰতিকূল সময়ত আমাৰ চৰকাৰে ৰাইজৰ মাজত থাকি ৰাইজৰ সুৰক্ষাৰ বাবে সকলোধৰণৰ পদক্ষেপ যুদ্ধকালীন তৎপৰতাৰে তদাৰক কৰিছে বুলি মত ব্যক্ত কৰে।








Tuesday, 28 July 2020

28 July, 2020 লখিমপুৰৰ পানীগাঁৱত নিৰ্মীয়মান ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ইণ্ডোৰ ষ্টেডিয়াম পৰিদর্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে । কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত এই প্ৰকল্পটোত তেখেতে অনুমোদন জনাইছিল। মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী শ্ৰী নৱ কুমাৰ দলে, শ্ৰী কেশৱ মহন্ত, সাংসদ শ্ৰী প্ৰদান বৰুৱাৰ লগতে অন্যান্য বিষয়ববীয়া পৰিদৰ্শনকালত উপস্থিত আছিল।







28 July, 2020 বিহপুৰীয়া সমষ্টিৰ ধলপুৰত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ সমীপৰ এটা চেক বান্ধ পৰিদৰ্শন কৰি অঞ্চলটোৰ সামগ্ৰিক বান পৰিস্থিতিৰ বুজ লয় । মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে ।





28 July, 2020 বিশ্বনাথ জিলাৰ ঐতিহ্যপূৰ্ণ গহপুৰ আৰক্ষী থানাৰ পুনৰ নির্মিত ভৱনৰ শুভ উদ্বোধন কৰে। মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে । ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত মহান স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি এই ঐতিহাসিক থানাখনৰ সন্মুখতে শ্বহীদ হৈছিল।











28 July, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে গহপুৰত চত্ৰং নৈয়ে সৃষ্টি কৰা গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে গাৰ্ড ৱালৰ এক আঁচনি ৰূপায়ণ কৰি আছে। এই গৰাখহনীয়া প্ৰতিৰোধী ব্যৱস্থা পৰ্যবেক্ষণ কৰি সামগ্ৰিক অগ্ৰগতিৰ বুজ লয়।





28 July, 2020


নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।