Tuesday, 28 July 2020

28 July, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে গহপুৰত চত্ৰং নৈয়ে সৃষ্টি কৰা গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে গাৰ্ড ৱালৰ এক আঁচনি ৰূপায়ণ কৰি আছে। এই গৰাখহনীয়া প্ৰতিৰোধী ব্যৱস্থা পৰ্যবেক্ষণ কৰি সামগ্ৰিক অগ্ৰগতিৰ বুজ লয়।





No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...