Tuesday, 28 July 2020

28 July, 2020 বিশ্বনাথ জিলাৰ ঐতিহ্যপূৰ্ণ গহপুৰ আৰক্ষী থানাৰ পুনৰ নির্মিত ভৱনৰ শুভ উদ্বোধন কৰে। মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে । ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত মহান স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি এই ঐতিহাসিক থানাখনৰ সন্মুখতে শ্বহীদ হৈছিল।











No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...