Wednesday, 1 July 2020
1 July, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে আজি সন্ধিয়া গুৱাহাটী মহানগৰীৰ জুৰোড তিনিআলিত লক্-ডাউনৰ সময়ছোৱাত নিষ্ঠা সহকাৰে দায়ৱদ্ধতাৰে কৰ্তব্য পালন কৰি থকা যান-বাহন আৰক্ষী আৰু কৰ্তব্যত নিয়োজিত হৈ থকা আৰক্ষীৰ লোকসকলৰ সৈতে মত-বিনিময় কৰে। তেওঁলোকে সম্পাদন কৰা কাম-কাজৰ বুজ লোৱাৰ লগতে তেওঁলোকক অধিক দায়বদ্ধতাৰে কৰ্তব্য সম্পাদন কৰিবলৈ আহ্বান জনায়।
1 July, 2020 Celebration of National Doctors Day 1st July 2020 চিকিৎসকসকলে আগবঢ়োৱা সেৱা মহৎ সেৱা হিচাপে গণ্য কৰা হয়। বৰ্তমান পৰিস্থিতিত দিন-ৰাতি একাকাৰ কৰি ক'ভিড-১৯ৰ বিৰুদ্ধে যোদ্ধা হিচাপে যুঁজ দি থকা চিকিৎসক সমাজলৈ 'চিকিৎসক দিৱস'ত আন্তৰিক কৃতজ্ঞতা জ্ঞাপন জনাইছো। NORTHEAST NEWS INDIA National Doctors Day, salute to all the doctors.
1 July, 2020 আজিৰে পৰা এসপ্তাহৰ বাবে সমগ্ৰ দেশতে আৰম্ভ হৈছে বন মহোৎসৱ। প্ৰতিবছৰে জুলাই মাহত দেশজুৰি গছপুলি ৰোপণৰ কাৰ্যসূচী পালন কৰা হয়। এক সেউজীয়া ধৰা গঢ়াৰ ক্ষেত্ৰত এই প্ৰচেষ্টাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। এসপ্তাহজোৰা 'বন মহোৎসৱ' হ'ল আমাৰ চহকী বনাঞ্চল আৰু সমৃদ্ধিশালী জৈৱ-বৈচিত্ৰতাৰ বিশালতা ৰক্ষা কৰাৰ এক প্ৰয়াস। অধিক গছপুলি ৰোপণৰ লগতে ইয়াক যত্নেৰে লালন-পালন আৰু সুৰক্ষিত কৰি এখন প্ৰদূষণমুক্ত তথা সেউজ অসম গঢ়াৰ ক্ষেত্ৰত আমি নিজৰ দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰি যাব লাগিব৷ আহক আমি প্ৰকৃতি ৰক্ষা কৰাৰ দিশত অগ্ৰসৰ হওঁ।
Subscribe to:
Posts (Atom)
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
।। জয় মা আৰু প্ৰকৃতি।। বিশ্বৰ মানৱ জাতিলৈ আহ্বান। সেই মানৱ জাতি এই পৃথিৱীত আপোনালোকৰ দায়িত্ব পালন কৰিবলৈ বহোত আছে। এই সংসাৰত স্বজন কৰ্...