Wednesday, 1 July 2020
1 July, 2020 আজিৰে পৰা এসপ্তাহৰ বাবে সমগ্ৰ দেশতে আৰম্ভ হৈছে বন মহোৎসৱ। প্ৰতিবছৰে জুলাই মাহত দেশজুৰি গছপুলি ৰোপণৰ কাৰ্যসূচী পালন কৰা হয়। এক সেউজীয়া ধৰা গঢ়াৰ ক্ষেত্ৰত এই প্ৰচেষ্টাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। এসপ্তাহজোৰা 'বন মহোৎসৱ' হ'ল আমাৰ চহকী বনাঞ্চল আৰু সমৃদ্ধিশালী জৈৱ-বৈচিত্ৰতাৰ বিশালতা ৰক্ষা কৰাৰ এক প্ৰয়াস। অধিক গছপুলি ৰোপণৰ লগতে ইয়াক যত্নেৰে লালন-পালন আৰু সুৰক্ষিত কৰি এখন প্ৰদূষণমুক্ত তথা সেউজ অসম গঢ়াৰ ক্ষেত্ৰত আমি নিজৰ দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰি যাব লাগিব৷ আহক আমি প্ৰকৃতি ৰক্ষা কৰাৰ দিশত অগ্ৰসৰ হওঁ।
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...








No comments:
Post a Comment
Welcome Northeast News India