Wednesday, 1 July 2020

1 July, 2020 Celebration of National Doctors Day 1st July 2020 চিকিৎসকসকলে আগবঢ়োৱা সেৱা মহৎ সেৱা হিচাপে গণ্য কৰা হয়। বৰ্তমান পৰিস্থিতিত দিন-ৰাতি একাকাৰ কৰি ক'ভিড-১৯ৰ বিৰুদ্ধে যোদ্ধা হিচাপে যুঁজ দি থকা চিকিৎসক সমাজলৈ 'চিকিৎসক দিৱস'ত আন্তৰিক কৃতজ্ঞতা জ্ঞাপন জনাইছো। NORTHEAST NEWS INDIA National Doctors Day, salute to all the doctors.







No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...