Wednesday, 1 July 2020

1 July, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে আজি সন্ধিয়া গুৱাহাটী মহানগৰীৰ জুৰোড তিনিআলিত লক্-ডাউনৰ সময়ছোৱাত নিষ্ঠা সহকাৰে দায়ৱদ্ধতাৰে কৰ্তব্য পালন কৰি থকা যান-বাহন আৰক্ষী আৰু কৰ্তব্যত নিয়োজিত হৈ থকা আৰক্ষীৰ লোকসকলৰ সৈতে মত-বিনিময় কৰে। তেওঁলোকে সম্পাদন কৰা কাম-কাজৰ বুজ লোৱাৰ লগতে তেওঁলোকক অধিক দায়বদ্ধতাৰে কৰ্তব্য সম্পাদন কৰিবলৈ আহ্বান জনায়।





No comments:

Post a Comment

Welcome Northeast News India

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।