Saturday, 13 December 2025
Friday, 21 November 2025
মানৱ জাতিয়ে সত্য ক গ্ৰহণ কৰক।
সেৱাৰে
মাধৱ গগৈ
অসম ভাৰত।।
Monday, 27 October 2025
মোৰ জাতি এটাই
মাধৱ গগৈ
অসম,ভাৰত।
Saturday, 18 October 2025
বিশ্বৰ মানৱ জাতিলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন।।
কাতি বিহুৰ শুভ ক্ষণত বিশ্বৰ মানৱ জাতিলৈ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন জনাইছোঁ। এই শুভ ক্ষণৰ পৰাই মানৱ জাতিৰ সূ উদয় হওঁক, মনৰ পৰা বেয়া ভাৱ ধাৰাৰ বিনাশ হওঁক, মনলৈ সঁচা অৰ্থত ভাব ধাৰাৰ জন্ম হওঁক, মনত সু বুদ্ধিৰ বিকাশ হওঁক, মানৱ জাতিৰ সু কল্যাণ হওঁক তাৰে কামনাৰে।।
কাতি বিহুৰ শুভেচ্ছাৰে।
সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ
অসম।।
Sunday, 21 September 2025
জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকিব।
সেৱাৰে
মাধৱ গগৈ
অসম।
Northeast News India
Friday, 19 September 2025
পৃথিৱীৰ বুকুৰ পৰা বিদায় মাগিলে
মৃত্যু হৈছে এটা চিৰ সত্য কথা। এই পৃথিৱীত জীৱ ৰূপে জন্ম ললে, এদিন মৃত্যু বৰণ কৰিব লাগিব। কিন্তু আমি মানৱ জাতি সত্য কথা মানি লবলৈ আমাৰ কষ্ট হয়। এদিন আমাৰ সকলোৰে এদিন আগতে হওঁক বা এদিন পিছত মৃত্যু অনিবাৰ্য্য।
তাৰে আজি এই বিশেষ দিনত আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ এই পৃথিৱীৰ বুকুৰ পৰা বিদায় মাগিলে।
তথাপিও তেওঁ মৃত্যুবৰণ কৰিও এই পৃথিৱীত তেওঁৰ সুন্দৰ কৰ্ম ৰাজিৰ জৰিয়তে জীয়াই থাকিব।। তেওঁ অমৰত্ব লাভ কৰিলে।
সেই কাৰণে সকলো মানৱ জাতিয়ে এই পৃথিৱীত জীৱন্ত কালত সুন্দৰ কৰ্ম কৰিবলৈ চেষ্টা কৰিব লাগে। ভাল কৰ্মৰ জড়িয়তে মানৱ জাতিয়ে এই পৃথিৱীত জীয়াই থাকিব পাৰিব।।
সেৱাৰে
মাধৱ গগৈ
অসম।।
Thursday, 3 July 2025
धरती को पाप मय कर दिया
Tuesday, 24 June 2025
Sunday, 22 June 2025
Tuesday, 6 May 2025
বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান।
বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান।
যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লাভ নহয়। মা আৰু প্ৰকৃতি য়ে ভাৰসাম্য হেৰুৱাই পেলাৱ। সমস্ত জীৱকোলৰ ক্ষতিগ্রস্ত হৱ।
সময় থাকোতেই মানৱ জাতিয়ে শুদ্ধ পথ, শুদ্ধ কৰ্ম, শুদ্ধ চিন্তা,শুদ্ধ মানসিকভাবে এই পৃথিৱীৰ বুকুত জীয়াই থাকিবলৈ চেষ্টা কৰক।
পৃথিৱীত কৈ ডাঙৰ কোনো দেশ, কোনো ৰাষ্ট্ৰ, কোনো ৰাজ্য, কিম্বা কোনো মানুহ হৱ নোৱাৰে। অন্য জীৱ জন্তুুয়ে যি দৰে পৃথিৱীৰ বুকুত থাকি, পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত অৰিহণা যোগাই আহিছে।
সেইদৰে সমগ্র মানুহ জাতিয়ে পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত অৰিহণা যিমান পাৰে আগবঢ়াই যাৱ লাগে, তেতিয়াহে সকলো জীৱকোল এই পৃথিৱীত জীয়াই থাকিবলৈ সক্ষম হৱ। নহলে পৃথিৱীৰ বুকুত সমষ্ট জীৱকোল ধংস সমাগত, ইয়াৰ বাবে জগৰীয়া কেৱল মানৱ জাতি হব।।
সেৱাৰে
।।জয় গুৰু মা প্ৰকৃতি।।
মাধৱ গগৈ
অসম
Sunday, 16 March 2025
যি খন দেশত
যি খন দেশত তথা ৰাজ্যত উচিত বিনামূলীয়া সংস্কাৰ শিক্ষা ব্যৱস্থা অভাৱ, উচিত বিনামূলীয়া স্বাস্থ্য ব্যবস্থা অভাৱ, বিশুদ্ধ খোৱাপানীৰ অভাৱ, তথা খেতিৰ কৃষিভূমি নষ্ট হয়, সেইখন দেশ তথা ৰাজ্যত কৈ দুখিয়া কোনো ৰাষ্ট্ৰ হব নোৱাৰে ।।
সেৱাৰে
মাধৱ গগৈ
অসম
Sunday, 23 February 2025
মানৱ জাতিলৈ আহ্বান
সেৱাৰে ।
মাধৱ গগৈ
Thursday, 20 February 2025
সমগ্র মানৱ জাতিলৈ আহ্বান
Saturday, 25 January 2025
আহ্বান
👉 অহংকাৰ 👈
সেই মানৱ জাতি অহংকাৰ কৰি কি পাবা ?
কেতিয়াবা শ্মশানলৈ গৈ চাবা।
তাত দেখিবা আপোনাতকৈ ধনী , ধুনীয়া আৰু জ্ঞানী মানুহ মাটিৰ লগত মিলি আছে।।
সেই জীৱ ৰূপি মানৱ জাতি আহঁক আমি সকলো মানৱ জাতি শুদ্ধ অন্তৰৰ জীৱ হৱ চেষ্টা কৰো।।
সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ।
Thursday, 23 January 2025
মানৱ জাতি সুষ্ঠ মনৰ
মানৱ জাতি সুষ্ঠ মনৰ যদি অধিকাৰী নহয়, তেতিয়া হলে সমগ্র মানৱ জাতি তথা প্ৰকৃতি, জীৱকোলৰ কল্যাণ অসম্ভৱ।
সেৱাৰে।
মা আৰু প্ৰকৃতি
মাধৱ গগৈ
ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা শুভকামনা জ্ঞাপন
মানৱ জাতিৰ পৰম্পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা শুভকামনা জ্ঞাপন জনাইছো। এই শুভ খনত সমগ্র মানৱ জাতিৰ শুভ মনৰ, সু চিন্তাৰ উদয় হওঁক। একোখনকৈ সু সমাজ প্ৰতিষ্ঠা হওঁক , সমগ্র বিশ্বতে একোখনকৈ মা আৰু প্ৰকৃতিৰ যি লক্ষ্য আৰু উদ্দেশ্য সেয়া আগত ৰাখি সমাজ গঠন হওঁক তাৰে কামনা কৰিলো।
সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছাৰে।
সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ
Wednesday, 28 August 2024
পৃথিৱীৰ ধংশ সমাগত
👉 পৃথিৱীৰ ধংশ সমাগত
👉 সাৱধান মানৱ জাতি।
সেই বিশ্বৰ মানৱ জাতি সাৱধান।
সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰাৱ হ'ল। মানৱ জাতিৰ ভূলৰ কাৰনে পৃথিৱীয়ে ভাৰসাম্য হেৰুৱাৰ উপক্রম হৈছে।
মানৱ জাতিয়ে নিজৰ লালখা সমূহ, নিজৰ স্বাৰ্থৰ কাৰনে নানান ধৰনৰ বেয়া কাম কৰিছে, প্ৰকৃতিৰ ধংশ আৰম্ভ কৰিছে।
সময় থাকোতে মানৱ জাতিয়ে নিজে কৰা নানান ধৰনৰ অপৰ্কম, নানান ধৰনৰ বেয়া কাম কৰা বন্ধ নকৰে, তেতিয়া হলে পৃথিৱীৰ ধংশ সমাগত।
কোনো শক্তিয়ে পৃথিৱী তথা সমস্ত জীৱকোল বচাবলৈ সক্ষম নহব। সময়ৰ আহ্বান মানৱ জাতিলৈ সত্য, শুদ্ধ গ্ৰহণ কৰক। সকলোকে সমান চকুৰে চাওঁক। সকলোকে সমান সন্মান প্ৰদান কৰক। পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰক। প্ৰকৃতিৰ ধংশ হোৱা কাম বন্ধ কৰক। সকলোৰে মঙ্গল হোৱা কাম কৰক।
তেতিয়াহে সমস্ত জীৱকোলৰ ৰক্ষা সম্ভৱ।।
👉 ।।ভৱিষ্যতবাণী।।
মাধৱ গগৈ
অসম।
Sunday, 25 August 2024
বিশ্বৰ মানৱ জাতিলৈ সময়ৰ আহ্বান।
।।জয় মা আৰু প্ৰকৃতি।।
বিশ্বৰ মানৱ জাতিলৈ সময়ৰ আহ্বান।
সেই মানৱ জাতি এই পৃথিৱীত পাপ তেতিয়াহে কমিব, পৃথিৱীত নিকা পৰিৱেশে বিৰাজ কৰিবলৈ সক্ষম হব। সকলো স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিব যি দিনা বিশ্বৰ সকলো মানৱ জাতিয়ে নিজৰ ভূল স্বীকাৰ কৰি নিজৰ ভূল সমূহ সোধৰাৱ।
প্ৰত্যেক গৰাকী মহিলা সতী দৰে হৱলৈ চেষ্টা কৰিব লাগিব। আৰু প্ৰত্যেক গৰাকী পুৰুষ মৰ্য্যদা পুৰুষতম শ্ৰী ৰামচন্দ্ৰ দৰে হৱলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে এই পৃথিৱীৰ পৰা পাপ নাইকীয়া হৱ।।
।।জয় মা আৰু প্ৰকৃতি।।
সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ
Sunday, 18 August 2024
বিশ্বৰ মানৱ জাতিলৈ আহ্বান।
।। জয় মা আৰু প্ৰকৃতি।।
বিশ্বৰ মানৱ জাতিলৈ আহ্বান।
সেই মানৱ জাতি এই পৃথিৱীত আপোনালোকৰ দায়িত্ব পালন কৰিবলৈ বহোত আছে।
এই সংসাৰত স্বজন কৰ্তাই আপোনালোকক দায়িত্ব ও নিয়ম আৰু সকলো জীৱকোলৰ, প্ৰকৃতিৰ মঙ্গলৰ কাৰনে পঠাইছে।
পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত অৰিহণা যোগান ধৰিবলৈ পঠাইছে। সকলো জীৱকোলক সন্মান, সহযোগিতা কৰাৰ নিমিত্তে পঠাইছে। সেই মানৱ জাতি আপোনালোকে যেতিয়া নিজৰ বংশ ৰক্ষা কৰাৰ কাৰনে চিন্তা কৰি ভগৱানৰ ওচৰত কৰ যোৰে প্ৰাৰ্থনা জনাই সন্তান প্ৰাপ্তি কামনা কৰে। আৰু তাৰ ফল স্বৰূপে ভগৱানে সন্তান প্ৰদান কৰে। আৰু সেই সন্তানক লালন পালন কৰাৰ লগতে উচিত সু শিক্ষা দিয়াৰ দায়িত্ব প্ৰদান কৰে আপোনালোকৰ ওপৰত।
কিন্তু আপোনালোকে লোভ, মোহ, কাৰ্ম ক্ৰধ, দম্ভ, অংহকাৰ কৰি সকলো পাহৰি পেলাই। আৰু সন্তানক উচিত শিক্ষাৰ পৰা দূৰত ৰাখে।
সৰুৰে পৰা যি সু শিক্ষা প্ৰদান কৰিব লাগিছিল সেয়া প্ৰদান নকৰে। যাৰ ফলত আপোনালোকৰ সন্তান ডাঙৰ সৈ নানান ধৰনৰ কু কৰ্ম, সমাজত নানান ধৰনৰ বেয়া প্ৰভাৱ পেলাব ধৰে। ইয়াৰ বাবে জগৰীয়া অভিভাৱক তথা শিক্ষা গুৰু সকল।
সৰু পৰাই অভিভাৱক আৰু শিক্ষা প্ৰদান কৰা শিক্ষা গুৰু সকলৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ দায়িত্ব আছে, আৰু ইয়াৰ বাবে যোগ্য।
আহ্বান জনাম সকলোকে আপোনালোকে আপোনালোকৰ উচিত দায়িত্ব পালন কৰাত গুৰুত্ব দিয়ক, যি নেকি ভগৱানে আপোনালোকক দায়িত্ব পালন কৰাৰ অনুমতি প্রদান কৰিছে। আৰু এখন সুন্দৰ পৃথিৱী, এখন সুন্দৰ পৰিৱেশ, এখন সুন্দৰ সমাজ, গঠন কৰাত ভূমিকা পালন কৰিবলৈ আহ্বান জনাইছো।
ধন্যবাদেৰে
সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ
Tuesday, 23 April 2024
শ্রীমন্ত শংকৰদেৱ শংঙ্ঘৰ গোলাঘাট নগৰ প্ৰাথমিক শাখাৰ বিহু সামৰণি।
শ্রীমন্ত শংকৰদেৱ শংঙ্ঘৰ গোলাঘাট নগৰ প্ৰাথমিক শাখাৰ বিহু সামৰণি।
শ্রীমন্ত শংকৰদেৱ শংঙ্ঘৰ গোলাঘাট জিলাৰ, গোলাঘাট আঞ্চলিক শাখাৰ অৰ্ন্তগত গোলাঘাট নগৰ প্ৰাথমিক শাখাৰ বিহু নিজা প্ৰাথমিক শাখাৰ নামঘৰত সামৰণি পৰে।
প্ৰতি বছৰৰ দৰে এই বাৰো মানৱ জাতিৰ প্ৰাণৰো প্ৰাণ ৰঙালী বিহু উল্লহ মালহেৰে আদৰে। বিহুৰ প্রথম দিনাৰ পৰাই প্ৰতিঘৰ গৃহস্থি ঘৰত গৈ আই মাতৃ সহ, ভকত বৃন্দই পদধূলা দি গৃহস্থৰ মঙ্গলৰ কাৰনে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা ও আৰ্শীবাদ প্ৰদান কৰে। লগতে সমগ্র মানৱ জাতিৰ লগতে দেশৰ মঙ্গল কল্যাণৰ কাৰনে নেদেখা জনৰ ওচৰত সেৱা প্ৰাৰ্থনা আগবঢ়াই।
গোলাঘাটৰ পৰা মাধৱ গগৈৰ প্ৰতিবেদন
নৰ্থইষ্ট নিউজ ইন্ডিয়া।
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...

