Saturday, 10 October 2026

মানৱ জাতিয়ে সদায় পশু পক্ষীৰ পৰা জ্ঞান লাভ কৰা দৰকাৰ

মানৱ জাতিয়ে সদায় প্ৰকৃতি আৰু পশু পক্ষী ক অনুকৰণ কৰি চলিবলৈ চেষ্টা কৰিব লাগে। পশু পক্ষীয়ে যেনেকৈ নিজৰ নিজৰ ধৰ্ম পালন কৰিছে, মানৱ জাতিয়েও পশু পক্ষীৰ পৰা জ্ঞান অৰ্জন কৰিলে সমগ্ৰ মানৱ জাতিৰ কল্যাণ হ'ব।।

শ্ৰী মাধৱ গগৈ 
অসম।।

Northeast News India 

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...