Thursday, 10 August 2023

গোলাঘাট জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্রৰ সহযোগত প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি আচঁনি ( PMEGP) সন্দৰ্ভত এটা সজাগতা শিবিৰ

গোলাঘাট,১০ আগষ্ট,২০২৩ঃ গোলাঘাট জিলাৰ মৰঙী উন্নয়ন খণ্ড কাৰ্যালয়ৰ সভাকক্ষত অহা ১১ আগষ্ট, শুকুৰবাৰে পুৱা ১০ বজাৰ পৰা গুৱাহাটীৰ খাদী গ্ৰামোদ্যোগ আয়োগৰ উদ্যোগত আৰু গোলাঘাট জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্রৰ সহযোগত প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি আচঁনি ( PMEGP) সন্দৰ্ভত এটা সজাগতা শিবিৰ অনুষ্ঠিত হ'ব। গোলাঘাট জিলাৰ নিৱনুৱা যুৱক-যুৱতীসকলক এই সজাগতা শিবিৰত যোগদান কৰিবলৈ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। 

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...