NORTHEAST NEWS INDIA
Thursday, 17 August 2023
ইণ্ডিয়ান এনাৰ্জি এক্সচেঞ্জত শক্তি ক্রয়ৰ ক্ষেত্ৰত হোৱা বৃহৎ নাটনিৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ বিভিন্ন ঠাইত সঘনাই বিদ্যুৎ কৰ্তন
গোলাঘাট, ১৭ আগষ্ট, ২০২৩ঃ এ পি ডি চি এলৰ গোলাঘাট বিদ্যুৎ চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়াই জনাইছে যে এ পি ডি চি এলৰ বাণিজ্যিক শাখাই অৱগত কৰা মতে ইণ্ডিয়ান এনাৰ্জি এক্সচেঞ্জত শক্তি ক্রয়ৰ ক্ষেত্ৰত হোৱা বৃহৎ নাটনিৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ বিভিন্ন ঠাইত সঘনাই বিদ্যুৎ কৰ্তন কৰিবলগীয়া হৈছে আৰু অনাগত কেইটামান দিনতো এই বিদ্যুৎ চক্ৰৰ অধীনৰ এলেকাসমূহত সঘন বিদ্যুৎ কৰ্তন কৰিবলগীয়া হ'ব। এনে অবাঞ্চিত পৰিস্থিতিৰ বাবে দুখ প্ৰকাশ কৰি বিভাগৰ তৰফৰ পৰা ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
জনসংযোগ, গোলাঘাট *সুলভ মূল্যৰ এজেণ্টসকলক প্ৰবঞ্চকৰ পৰা সতৰ্ক হ'বলৈ আহ্বান* *ভুৱা ফোন কলেৰে ধন দাবী কৰা প্ৰবঞ্চকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব...
-
গোলাঘাটৰ বিশিষ্ট শিল্পী, সুনিপুন তবলা বাদক হিমেন দাসৰ বিয়োগত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ । এটা দুৰ্ঘটনাত পতিত হৈ আজি মৃত্যুক আঁকোৱালি লোৱা শি...
No comments:
Post a Comment
Welcome Northeast News India