Tuesday, 9 August 2022

ঘৰে ঘৰে পতাকা উৰে

 'হৰ ঘৰ তিৰংগা' কাৰ্যসূচীৰ অংশৰূপে গোলাঘাট জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ উদ্যোগত মুকলি কৰা হৈছে এটি সজাগতামূলক গীত " ঘৰে ঘৰে পতাকা উৰে


... " । স্বাধীনতাৰ অমৃত মহোৎসৱত আহক আমি ১৩ ৰ পৰা ১৫ আগষ্টলৈ ৰাষ্ট্ৰীয় গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আমাৰ পতাকাৰ গৰিমাক আৰু অধিক গভীৰভাবে অনুধাৱন কৰোঁ । ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি এইয়া হ'ব আমাৰ দায়িত্ব আৰু প্ৰতিশ্ৰুতিবদ্ধতা ।


NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।