Sunday, 16 January 2022

*বিধাতা* *মাধৱ গগৈ*। তাং ১৬/০১/২০২২তোমালোকে হয়তো এতিয়া বুজি নাপাবা মোৰ মনৰ ভাষা, বা বুজিও নুবোজাৰ ভাও ধৰিছা, যি দিনা সচাঁ হৃদয়েৰে অনুভৱ কৰিবা, হয়তো তেতিয়া বহুত দেৰি হব। তেতিয়া মোক বিছাৰি নাপাবা হয়তো এই জগতত।।গোলাঘাট। অসম।

*বিধাতা*

                               *মাধৱ গগৈ*।
                        তাং ১৬/০১/২০২২


তোমালোকে হয়তো এতিয়া বুজি নাপাবা মোৰ মনৰ ভাষা, বা বুজিও  নুবোজাৰ ভাও ধৰিছা, যি দিনা সচাঁ হৃদয়েৰে অনুভৱ কৰিবা, হয়তো তেতিয়া বহুত দেৰি হব। তেতিয়া মোক বিছাৰি নাপাবা হয়তো এই জগতত।।

গোলাঘাট। 
অসম।

No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...