Friday, 29 October 2021

*গোলাঘাট জিলাত প্ৰতিষেধক প্ৰদানৰ সংখ্যা ১০ লাখ অতিক্ৰম ।*

*গোলাঘাট জিলাত প্ৰতিষেধক প্ৰদানৰ সংখ্যা ১০ লাখ অতিক্ৰম ।*

আজিৰ দিনটোত সন্ধিয়া চাৰে ৫ বজালৈকে ক'উইনত আপলোড হোৱা তথ্য অনুসৰি এতিয়ালৈকে ১০,০১,৯৭৮ পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে ৭,০৯,৩২৮ পালি প্ৰথম আৰু ২,৯২,৬৫০ টা দ্বিতীয় পালি প্ৰতিষেধক । আজি ১৩,৫৩৮ জন লোকক প্ৰতিষেধক প্ৰদান কৰা হয় ।
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...