Friday, 29 October 2021

এবাৰ শ্ৰীকৃষ্ণক সুধিছিল অৰ্জুনে, বিহ কি....? হাঁহি হাঁহি উত্তৰ দিছিল,শ্ৰীকৃষ্ণই যিটো প্ৰয়োজনতকৈ অধিক হয় জীৱনতসেইটোৱেই বিহ । লাগিলে সেয়া ক্ষমতাই হওক,ধনেই হওক, ভোকেই হওক, লোভেই হওক, এলাহেই হওক, অভিমানেই হওক নাইবা প্ৰেম যদি অধিক হৈ যায়, সিও বিহ হৈ পৰে |সংগ্ৰহ

এবাৰ শ্ৰীকৃষ্ণক সুধিছিল অৰ্জুনে, বিহ কি....?

 হাঁহি হাঁহি উত্তৰ দিছিল,শ্ৰীকৃষ্ণই

 যিটো প্ৰয়োজনতকৈ  অধিক হয় জীৱনত
সেইটোৱেই বিহ । 

লাগিলে সেয়া ক্ষমতাই হওক,
ধনেই হওক, 
ভোকেই হওক, 
লোভেই হওক, 
এলাহেই হওক, 
অভিমানেই হওক নাইবা 
প্ৰেম যদি অধিক হৈ যায়, 
সিও বিহ হৈ পৰে |

সংগ্ৰহ

No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...