Monday, 9 August 2021

Golaghat AASU Protest

 Golaghat AASU Protest



০৯ আগস্ট২০২১ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ মূল্যবৃদ্ধি ৰোধ কৰক, যোগান বিভাগ হায় হায়, অসম চৰকাৰ হুছিয়াৰ আদি শ্ল’গানেৰে গোলাঘাটৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংগঠনটোৰ দাবী ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি যাৰ ফল ভূগিছে সাধাৰণ লোকসকলে ৷ আছুৰ দাবী শীঘ্ৰে সামগ্ৰীসমূহৰ মূল্য হ্ৰাস নকৰে তেতিয়া অনাগত দিনত আছুৱে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ প্ৰদান কৰে ৷ ৷


গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট  নৰ্থইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...