Monday, 9 August 2021

আমাৰ বিশ্বৰ সকলো মানৱ জাতিৰ এটাই মহান উদ্দেশ্য হওঁক।

আমাৰ বিশ্বৰ সকলো মানৱ জাতিৰ এটাই মহান উদ্দেশ্য হওঁক। 
বিশ্বত চিৰ শান্তি, সুস্থ বাৰ্তাবৰণ, সুস্থ পৰিবেশ , সুস্থ সমাজ গঢ় লৈ উঠাত সকলো মানৱ জাতিয়ে গুৰুত্ব দিয়ক । সমগ্র বিশ্বত আমি সকলো মানৱ জাতিয়ে সত্য পথত অগ্রসৰ হওঁ। তেতিয়াহে শান্তি বিৰাজ কৰিব সমগ্র পৃথিবীত। 

ধন্যবাদেৰে।। 

মাধৱ গগৈ।।

No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...