Sunday, 15 August 2021

শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূৰ্তি আৰু গোলাঘাট চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত থকা শ্বহীদৰ স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যান মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগে আজি গোলাঘাটৰ সমন্বয় পথাৰত আয়োজিত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশ লোৱাৰ পূৰ্বে গোলাঘাটৰ আৱৰ্ত ভৱনৰ চৌহদত থকা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি, জিলা পুথিভঁৰালৰ সন্মুখত থকা শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূৰ্তি আৰু গোলাঘাট চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত থকা শ্বহীদৰ স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁৰ সৈতে জিলা উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱা আৰু আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰৰ লগতে কেইবাগৰাকীও বিষয়া তথা গণ্যমান্য ব্যক্তি উপস্থিত আছিল ।

*নৰ্থইষ্ট নিউজ ইণ্ডিয়া*

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...