Wednesday, 11 August 2021

ক’ভীড-১৯ পৰিস্থিতিত কটকটীয়া নিৰাপত্তাৰ মাজতে সক্ৰীয়হৈ আছে চোৰাংকাঠৰ বেপাৰী ৷

 ক’ভীড-১৯ পৰিস্থিতিত কটকটীয়া নিৰাপত্তাৰ মাজতে  সক্ৰীয়হৈ আছে চোৰাংকাঠৰ বেপাৰী ৷


সোমবাৰে নিশা এখন দুৰ্ঘটনাগ্ৰস্ত গাড়ীত ওলাল কেইবালাখ টকাৰ চোৰাং গমাৰীগছৰ কাঠ ৷


নগালেণ্ডৰ পৰা অসমলৈ দৈনিক চলি আছে চোৰাং কাঠৰ বেহা ৷  মঙ্গলবাৰে নিশা দুৰ্ঘটনাগ্ৰস্ত এখন কাঠভৰ্তী গাড়ী ৷ AS -09 C 5516 নম্বৰৰ চোৰাংকাঠ ভৰ্ত্তি ট্ৰাকখন ভীতৰুৱা অঞ্চলৰে গোলাঘাট চহৰৰ দিশে নোগোৰা আলিয়েদি আনিথকা সময়ত গাড়ীখন গাড়ীগাও হাইস্কুলৰ ওচৰত দুৰ্ঘটনাত পতিত হয় ৷ গাড়ীৰ কৰ্মচাৰী সকল পলায়ন কৰে ৷  বুধবাৰে পুৱা বনবিভাগে গাড়ীসহ কাঠখিনি জব্দ কৰে ৷ ;এই গমাৰি গছৰ কাঠসসূহৰ সৰবৰাহকাৰিৰ সন্ধান পোৱানাই বনবিভাগে ৷


 গোলাঘাটৰ পৰা

ভিভিঅ’জাৰ্ণেলিষ্ট বিশ্বজিত নাথৰ সৈতে কল্পনা ফুকনৰ ৰিপ’ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...