Saturday, 10 July 2021

যোৰহাট জিলা প্ৰশাসনে গেলামালৰ পাইকাৰী দোকান সমূহ খোলা ৰখাৰ খেত্ৰত কিছু সাল সলনি কৰিছে৷

10 July, 2021

  যোৰহাট জিলা প্ৰশাসনে  গেলামালৰ পাইকাৰী দোকান সমূহ খোলা ৰখাৰ খেত্ৰত কিছু সাল সলনি কৰিছে৷ সেই অনুসৰি পূৰ্বৰ নিৰ্দেশনাত উল্লেখিত সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰৰ সলনি অহা কাইলৈ তথা ১১ জুলাইৰ পৰা কেৱল বুধবাৰ আৰু শুক্ৰবাৰেহে গেলামালৰ পাইকাৰী দোনানসমূহ খোলা ৰাখিব পাৰিব৷ যোৰহাট  আৰু টীয়কত এই দোকানসমূহ পুৱা ১০ বজাৰ পৰা দিনৰ ২ বজালৈকে খোলা ৰখাৰ নিৰ্দেশ দিয়া হৈছে৷

Directorate of Information and Public Relations, Assam

No comments:

Post a Comment

Welcome Northeast News India

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।