07 Jun, 2021
ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত বিশেষ কাৰ্যসূচীৰ অধীনত কোভিড ১৯ ৰ টীকা (covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।
অহা ৮/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত জিলাখনৰ বিশেষ ভাবে সক্ষম ব্যক্তি সকলৰ বাবে , সেয়েহে আপোনালোকে গৈ উল্লেখিত কেন্দ্ৰ সমূহত এই টীকা গ্ৰহণ কৰিব পাৰিব। জিলা প্ৰশাসনে এইক্ষেত্ৰত টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ সকলোকে আহ্বান জনাইছে ।
No comments:
Post a Comment
Welcome Northeast News India