15 Jun, 2021
১৬ জুন ২০২১ তাৰিখে নগাঁও জিলাত COVAXIN ৰ দ্বিতীয় পালি টিকাকৰণৰ সম্পৰ্কত জিলা প্ৰশাসনে কিছু প্ৰদক্ষেপ গ্ৰহণ কৰিছে।
নগাঁও জিলাৰ চহৰ অঞ্চলৰ (Town Area) ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ ভিতৰৰ আৰু ৪৫ বছৰৰ উৰ্ধৰ বয়সৰ যিসকল ব্যক্তিয়ে ৭ মে' ২০২১ তাৰিখলৈকে COVAXIN ৰ প্ৰথম পালি টিকা গ্ৰহণ কৰিছিল সেইসকল ব্যক্তিক নগাঁও চহৰৰ হয়বৰ গাওঁ উচ্চ মাধ্যমিক বিদ্যালয় কোভিড টিকাকৰণ কেন্দ্ৰত অহা ১৬ জুন ২০২১ তাৰিখে তেওঁলোকৰ ২য় পালি ভেকচিন প্ৰদান কৰা হব।
উক্ত কেন্দ্ৰত টিকা গ্ৰহণ কৰিবলৈ উপস্থিত হোৱা প্ৰথম ২৫০ জন ব্যক্তিক দ্বিতীয় পালি টিকা পুৱা ৯ বজাৰ পৰা বিয়লি ২ বজালৈ প্ৰদান কৰা হব।
Directorate of Information and Public Relations, Assam
Nagaon District Administration
No comments:
Post a Comment
Welcome Northeast News India