Saturday, 5 June 2021
আজি ৫ জুন বিশ্ব পৰিৱেশ দিৱস। এই বিশেষ দিনটো সদায় বিশেষ নহৈ প্ৰতিটো দিনেই হৈ পৰক পৰিৱেশ দিৱস। পৃথিবীৰ সেউজীয়া খিনি সদায় সেউজীয়া হৈ থাকক। এটি গছ পুলি নহয় হাতে হাতে উঠাই লওঁ সেউজীয়া খিনি, গছপুলি ৰোপন কৰিয়েই দায়িত্ব সামৰি নথৈ সেউজীয়া খিনিক সজায় তুলিব খোজো ন ৰূপত আহক।।।

Subscribe to:
Post Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
No comments:
Post a Comment
Welcome Northeast News India