Tuesday, 11 May 2021

৬০০ বছৰীয়া অধ্যায়

11 May, 2021

৬০০ বছৰীয়া অধ্যায় 

১) স্বৰ্গদেউ চাওলুং চুকাফা (১২২৮-১২৬৮)
২) স্বৰ্গদেউ চুচেওফা (১২৬৮-১২৮১)
৩) স্বৰ্গদেউ চুবিনফা (১২৮১-১২৯৩)
৪) স্বৰ্গদেউ চুখাংফা (১২৯৩-১৩৩২)
৫) স্বৰ্গদেউ চুখ্ৰাংফা (১৩৩২-১৩৬৪) 
৬) স্বৰ্গদেউ চুতুফা (১৩৭০-১৩৭৬)
৭) স্বৰ্গদেউ তাওখামতি (১৩৮০-১৩৮৯)
৮) স্বৰ্গদেউ চুদাংফা (১৩৯৮-১৪০৭) [বামুণ কোঁৱৰ]
৯) স্বৰ্গদেউ চুজাংফা (১৪০৭-১৪২২)
১০) স্বৰ্গদেউ চুফাকফা (১৪২২-১৪৩৯)
১১) স্বৰ্গদেউ চুচেনফা (১৪৩৯-১৪৮৮)
১২) স্বৰ্গদেউ চুহানফা (১৪৮৮-১৪৯৩)
১৩) স্বৰ্গদেউ চুপিমফা (১৪৯৩-১৪৯৭)
১৪) স্বৰ্গদেউ চুহুংমুঙ (১৪৯৭-১৫৩৯)
১৫) স্বৰ্গদেউ চুক্লেংমুঙ (১৫৩৯-১৫৫৩)
১৬) স্বৰ্গদেউ চুখামফা (১৫৫৩-১৬০৩) [খোৰা ৰজা]
১৭) স্বৰ্গদেউ চুচেংফা (১৬০৩-১৬৬৩) [প্ৰতাপ সিংহ]
১৮) স্বৰ্গদেউ চুৰামফা (১৬৪১-১৬৪৪) [ভগা ৰজা]
১৯) স্বৰ্গদেউ চুচিংফা (১৬৪৪-১৬৪৮) [নৰিয়া ৰজা]
২০) স্বৰ্গদেউ চুতামলা (১৬৪৮-১৬৬৩) [জয়ধ্বজ সিংহ]
২১) স্বৰ্গদেউ চুপুংমুঙ (১৬৬৩-১৬৬৯) [চক্ৰধ্বজ সিংহ]
২২) স্বৰ্গদেউ চুনাৎফা (১৬৬৯-১৬৭৩) [উদয়াদিত্য সিংহ]

(১৬৭৩ ত লালুকসোলাৰ কুসন্ধিৰ বলি হ'ল ক্ৰমে স্বৰ্গদেউ চুক্লাংফা , চুহুং , চুজিনফা , চুডুলফা)

২৭) স্বৰ্গদেউ চুলিকফা (১৬৭৯-১৬৮১) [ল'ৰা ৰজা]
২৮) স্বৰ্গদেউ চুপাতফা (১৬৮১-১৬৯৬) [গদাপাণি]
২৯) স্বৰ্গদেউ চুখ্ৰাংফা (১৬৯৬-১৭০৭) [লাই]
৩০) স্বৰ্গদেউ ৰুদ্ৰসিংহ (১৭০৭-১৭১৭)
৩১) স্বৰ্গদেউ শিৱসিংহ (১৭১৭-
{৩২) বৰৰজা ফুলেশ্বৰী, ৩৩)বৰৰজা অম্বিকা, ৩৪)বৰৰজা সৰ্বেশ্বৰী (-১৭৪৪)}
৩৫) স্বৰ্গদেউ চুনেনফা (১৭৪৪-১৭৫১) [প্ৰমত্ত সিংহ]
৩৬) স্বৰ্গদেউ চুৰেনফা (১৭৫১-১৭৬৯) [ৰাজেশ্বৰ সিংহ]
৩৭) স্বৰ্গদেউ চুনেওফা (১৭৬৯-১৭৮০) [লক্ষ্মী সিংহ]
৩৮) স্বৰ্গদেউ চুহিতপাংফা (১৭৮০-১৭৯৫) [গৌৰীনাথ সিংহ]
৩৯) স্বৰ্গদেউ চুখিলিংফা (১৭৯৫-১৮১০) কমলেশ্বৰ সিংহ]
৪০) স্বৰ্গদেউ চুদিংফা (১৮১০-১৮১৮) [চন্দ্ৰকান্ত সিংহ]
৪১) স্বৰ্গদেউ পুৰন্দৰ সিংহ (১৮১৮-১৮১৯)

[বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ আগমন]

১৮২৬ খ্ৰীষ্টাব্দত আহোম ইতিহাসৰ ৬০০ বছৰীয়া অধ্যায়ৰ পৰিসমাপ্তি।।

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

সাধাৰণ জনগণে জনপ্ৰতিনিধি কেনেকৈ বাচনি কৰিব

সাধাৰণ জনগণে জনপ্ৰতিনিধি কেনেকৈ বাচনি কৰিব গণতান্ত্ৰিক সমাজত জনপ্ৰতিনিধি বাচনি কৰাৰ অধিকাৰ জনগণৰ হাততেই থাকে। এই অধিকাৰ সঠিকভাৱে ব্যৱহাৰ কৰ...