Saturday, 1 May 2021

মন্দিৰ পৰিচালনা সমিতিয়ে যোগান ধৰিব অস্কিজেন ৷

 01 May, 2021

মন্দিৰ পৰিচালনা সমিতিয়ে 

যোগান ধৰিব অস্কিজেন   ৷ 


                                                                                  ক’ভীড-১৯ ভাইৰাচৰ আতঙ্কৰ মাজতে আৰ্ত জনক অস্কিজেন

 যোগান ধৰি সহায়ৰ বাবে আগবাঢ়ি আহিছে গোলাঘাটৰ ঐতিহাসিক ব্ৰহ্মানন্দ ৰাজহুৱা শিৱ থানৰ পৰিচালনা সমিতি । পৰিচালনা সমিতিৰ তৰফৰ পৰা জনোৱা মতে  ইতিমধ্যে পৰিচালনা সমিতিয়ে চাৰিটা অস্কিজেনৰ চিলিণ্ডাৰ ক্ৰয় কৰিছে । যি সকল ৰোগীৰ বাবে অস্কিজেন প্ৰয়োজন হব তেওঁলোকে পৰিচালনা সমিতিলৈ এখন আবেদন কৰিলে সহজে এই অক্সিজেন লাভ কৰিব । এজন ৰোগীয়ে সাতদিনৰ বাবে এই অস্কিজেন ব্যবহাৰ কৰিব পাৰিব আৰু যিকোনো ৰোগৰ অস্কিজেন আৱশ্যকীয় ৰোগীয়ে এই ,সূবিধা লাভ কৰিব বুলিও মন্দিৰ পৰিচালনা সমিতিয়ে

 জানিবলৈ দিছে ।  যোগাযোগৰ বাবে পৰিচালনা সমিতিৰ সম্পাদক দেৱদত্ত বৰুৱা ওৰফে কাবুল বৰুৱাৰ7662086018 ম’বাইল নম্বৰত যোগাযোগহ। কৰিব পাৰিব ৷ 

প্ৰকাশ শৰ্মা গোলাঘাট

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

সাধাৰণ জনগণে জনপ্ৰতিনিধি কেনেকৈ বাচনি কৰিব

সাধাৰণ জনগণে জনপ্ৰতিনিধি কেনেকৈ বাচনি কৰিব গণতান্ত্ৰিক সমাজত জনপ্ৰতিনিধি বাচনি কৰাৰ অধিকাৰ জনগণৰ হাততেই থাকে। এই অধিকাৰ সঠিকভাৱে ব্যৱহাৰ কৰ...