Friday, 12 March 2021

খুমটাই চাৰিআলিত ষ্টেটিক ছাৰ্ভিলেন্স দলৰ দ্বাৰা ১.২০ লাখ টকা জব্দ

12 March, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ২১/২০২১

খুমটাই চাৰিআলিত ষ্টেটিক ছাৰ্ভিলেন্স দলৰ দ্বাৰা ১.২০ লাখ টকা জব্দ

গোলাঘাট, ১২ মাৰ্চ : গোলাঘাট নিৰ্বাচনী জিলাৰ ৯৬-খুমটাই সমষ্টিৰ অন্তৰ্গত খুমটাই আৰক্ষী চকীৰ অধীনৰ খুমটাই চাৰিআলিত কিছুসময়ৰ পূৰ্বে ষ্টেটিক ছাৰ্ভিলেন্স দলে এখন চাৰিচকীয়া বাহনৰ পৰা নগদ ১.২০লাখ টকা জব্দ কৰে । মৰিগাঁৱৰ মৈৰাবাৰীৰ পৰা গাড়ীখন গোলাঘাট অভিমুখে আহি আছিল । গাড়ীখনৰ নম্বৰ AS 02 CC 1843 । অনুসন্ধান অব্যাহত আছে ।

গোলাঘাট নিৰ্বাচনী জিলাৰ প্ৰচাৰ কোষ

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India