Saturday, 13 March 2021

২৭ মাৰ্চত গোলাঘাট জিলাত ৰাজহুৱা বন্ধ ঘোষণা

13 March, 2021


প্ৰেছ বিজ্ঞপ্তি নং- ২২

২৭ মাৰ্চত গোলাঘাট জিলাত ৰাজহুৱা বন্ধ ঘোষণা

গোলাঘাট, ১৩ মাৰ্চ : অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহনৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলাত অহা ২৭ মাৰ্চত ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হৈছে । এন আই এক্ট ১৮৮১ অনুসৰি ২৭ মাৰ্চৰ দিনা গোলাঘাট জিলাৰ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, পঞ্চায়ত আৰু স্থানীয় নগৰ নিকায়, শিক্ষানুষ্ঠান, বেংককে ধৰি সকলো ব্যৱসায় প্ৰতিষ্ঠান, চাহ বাগিচা, উদ্যোগ আদি বন্ধ থাকিব বুলি জিলাখনৰ উপায়ুক্তই জানিৱলৈ দিছে। 

গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।