Sunday, 17 January 2021

17 January, 2021 *লখিমপুৰ DJ NIGHT* Date :- 17/1/21 ## লখিমপুৰত নিশা ZIRO 7 নামেৰ এটা গ্ৰোপে এক সংগীতৰ অনুষ্ঠানত আয়োজন কৰে। ## লখিমপুৰৰ হাতীলোঙৰ মন ডে ৰিজ'টত আয়োজন কৰা এই সংগীতানুস্থানত লখিমপুৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্ত পৰা ১২ জনকৈ শিল্পীয়ে অংশগ্ৰহন কৰে। ## এই সংগীতানুস্থানৰ মুল উদ্দেশ্যই হৈছে অসমৰ বিভিন্ন প্ৰান্তত চুকে কোণে সোমাই থকা শিল্পী সকলক উলিয়াই আনি ৰাইজৰ মাজত চিনাকি কৰি দিয়া। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 17 January, 2021


*লখিমপুৰ DJ NIGHT* Date :- 17/1/21


## লখিমপুৰত নিশা ZIRO 7 নামেৰ এটা গ্ৰোপে এক সংগীতৰ অনুষ্ঠানত আয়োজন কৰে।


## লখিমপুৰৰ হাতীলোঙৰ মন ডে ৰিজ'টত আয়োজন কৰা এই সংগীতানুস্থানত লখিমপুৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্ত পৰা ১২ জনকৈ শিল্পীয়ে অংশগ্ৰহন কৰে।


## এই সংগীতানুস্থানৰ মুল উদ্দেশ্যই হৈছে অসমৰ বিভিন্ন প্ৰান্তত চুকে কোণে সোমাই থকা শিল্পী সকলক উলিয়াই আনি ৰাইজৰ মাজত চিনাকি কৰি দিয়া।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...