Saturday, 16 January 2021

16 January, 2021 *Lakhimpur Hospital (Covid Vechination)* Date :- 16/1/21 ## দীৰ্ঘ দিনৰ ক'ৰনা সন্ত্ৰাস অন্তত ভাৰতত ক'ৰনা প্ৰতিষেধকৰ মুকলি হল। ## দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ভিডিঅ কন্ফাৰেঞ্চৰ জৰিয়তে শোভাৰম্ভ কৰাৰ পাছতেই সমগ্ৰ দেশতে প্ৰথম পৰ্যায়ত প্ৰতিষেধকৰ প্ৰদানৰ আৰম্ভণি হয়। ## দেশৰ অন্যান্য প্ৰান্তৰ লগতে লখিমপুৰতো শনিবাৰে দিনৰ 11 বজাত আৰম্ভ হয় covid প্ৰতিষেধক প্ৰদানৰ কাৰ্য্যসূচী। ## উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়, লালুক আদৰ্শ চিকিৎসালয় আৰু বগিনদী আদৰ্শ চিকিৎসালয়কে ধৰি এই তিনিটা স্থানত শনিবাৰে আৰম্ভ হয় এই প্ৰতিষেধক প্ৰদানৰ কাৰ্য্যসূচী। ## জিলা উপায়ুক্তৰ উপস্থিতিত উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত 11 বজাত আৰম্ভ হয় covid প্ৰতিষেধক প্ৰদান কাৰ্য্যসূচী। ## উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত শনিবাৰে 100 চিকিৎসক, নাৰ্চ আৰু চিকিৎসা কৰ্মীক প্ৰদান কৰা হয় এই প্ৰতিষেধক। ## একেদৰে লালুক আৰু বগিনদী আদৰ্শ চিকিৎসালয়তো 100 গৰাকীকৈ চিকিৎসা কৰ্মীক প্ৰদান কৰা হয় এই প্ৰতিষেধক। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 16 January, 2021



*Lakhimpur Hospital (Covid Vechination)* Date :- 16/1/21


## দীৰ্ঘ দিনৰ  ক'ৰনা সন্ত্ৰাস অন্তত ভাৰতত ক'ৰনা প্ৰতিষেধকৰ  মুকলি হল।


## দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ভিডিঅ কন্ফাৰেঞ্চৰ জৰিয়তে শোভাৰম্ভ কৰাৰ পাছতেই সমগ্ৰ দেশতে প্ৰথম পৰ্যায়ত প্ৰতিষেধকৰ প্ৰদানৰ আৰম্ভণি হয়।


## দেশৰ অন্যান্য প্ৰান্তৰ লগতে লখিমপুৰতো শনিবাৰে দিনৰ 11 বজাত আৰম্ভ হয় covid প্ৰতিষেধক প্ৰদানৰ কাৰ্য্যসূচী।


## উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়, লালুক আদৰ্শ চিকিৎসালয় আৰু বগিনদী আদৰ্শ চিকিৎসালয়কে ধৰি  এই তিনিটা স্থানত শনিবাৰে আৰম্ভ হয় এই প্ৰতিষেধক প্ৰদানৰ কাৰ্য্যসূচী।


## জিলা উপায়ুক্তৰ উপস্থিতিত উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত 11 বজাত আৰম্ভ হয় covid প্ৰতিষেধক প্ৰদান কাৰ্য্যসূচী।


## উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত শনিবাৰে 100 চিকিৎসক, নাৰ্চ আৰু চিকিৎসা কৰ্মীক প্ৰদান কৰা হয় এই প্ৰতিষেধক।


## একেদৰে লালুক আৰু বগিনদী আদৰ্শ চিকিৎসালয়তো 100 গৰাকীকৈ চিকিৎসা কৰ্মীক প্ৰদান কৰা হয় এই প্ৰতিষেধক।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...