Monday, 11 January 2021

11 January, 2021 *লখিমপুৰ সংবাদমেল* Date :- 11/1/21 ## আজি উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত বীৰ লাচিত সেনা এখন সংবাদমেল আয়োজন কৰে। ## আজি এই সংবাদমেলত বীৰ লাচিত সেনাই কৃষক আইন আৰু কা এই দুয়ো খন আইন সম্পূর্ণ বিৰোদ্ধিতা কৰে। ## আনহাতে কাৰাবন্দী নেতা অখিল গগৈক অনতি পলমে মূক্ত কৰি নিদিলে আগন্তক দিনত বীৰ লাচিত সেনাই তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে। ## ইফালে ২০২১ৰ নিৰ্বাচনত বি জে পিক ক্ষমতাচ্যুত কৰাৰ হুংকাৰ প্ৰদান কৰে বীৰ লাচিত সেনা অসমে। ## এই সংবাদমেলত বীৰ লাচিত সেনা অসমৰ কেন্দ্রীয় সমিতিৰ মূখ্য সচিব ৰণ্টু পানীফুকনে অংশগ্ৰহন কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 11 January, 2021


*লখিমপুৰ সংবাদমেল* Date :- 11/1/21


## আজি উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত বীৰ লাচিত সেনা এখন সংবাদমেল আয়োজন কৰে।


## আজি এই সংবাদমেলত বীৰ লাচিত সেনাই কৃষক আইন আৰু কা এই দুয়ো খন আইন সম্পূর্ণ বিৰোদ্ধিতা কৰে।


## আনহাতে কাৰাবন্দী নেতা অখিল গগৈক অনতি পলমে মূক্ত কৰি নিদিলে আগন্তক দিনত বীৰ লাচিত সেনাই তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে।


## ইফালে ২০২১ৰ নিৰ্বাচনত বি জে পিক ক্ষমতাচ্যুত কৰাৰ  হুংকাৰ প্ৰদান কৰে বীৰ লাচিত সেনা অসমে।


## এই সংবাদমেলত বীৰ লাচিত সেনা অসমৰ কেন্দ্রীয় সমিতিৰ মূখ্য সচিব ৰণ্টু পানীফুকনে অংশগ্ৰহন কৰে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India