Sunday, 22 November 2020

22 November, 2020 দেওবাৰে উদ্ধাৰহ’ল দেও হাহঁ ৷ ক’ত কেনেকৈ চাও আহক ৷ গোলাঘাটৰ ছহিদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত দেওবাৰে সন্ধিয়া উদ্ধাৰ হয় এই দেওহাহঁৰ পোৱালীটো ৷ সাংবাদিক প্ৰকাশ শৰ্মা ; পাৰ্থপ্ৰতিম শইকীয়া আৰু চিকিৎসা কৰ্মী হৰেণ বৰা ; বাবুল দাস ; লোকেন্দ্ৰ বৰাৰ সন্মুখত সন্ধিয়া ওপৰৰপৰা উৰি আহি পৰিল দেও হাহঁৰ পোৱালীটো ৷ লগেলগে গোলাঘাট বনবিভাগৰ ৰেঞ্জাৰক ফোন কৰাত উপস্থিত হোৱা বনকৰ্মীৰ হাতত গটাই দিয়াহল পক্ষীটো ৷ বনবিভাগে দেওহাহঁবুলি নিশ্চিতকৰি স্বাস্থ্য পৰীক্ষাৰ বাবে লৈগ’ল পশুপালন বিভাগলৈ ৷ :: কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 22 November, 2020


দেওবাৰে উদ্ধাৰহ’ল দেও হাহঁ ৷ ক’ত কেনেকৈ চাও আহক ৷


গোলাঘাটৰ ছহিদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত দেওবাৰে সন্ধিয়া উদ্ধাৰ হয় এই দেওহাহঁৰ পোৱালীটো ৷ সাংবাদিক প্ৰকাশ শৰ্মা ; পাৰ্থপ্ৰতিম শইকীয়া আৰু চিকিৎসা কৰ্মী হৰেণ বৰা ; বাবুল দাস ; লোকেন্দ্ৰ বৰাৰ সন্মুখত সন্ধিয়া ওপৰৰপৰা উৰি আহি পৰিল দেও হাহঁৰ পোৱালীটো ৷ লগেলগে গোলাঘাট বনবিভাগৰ ৰেঞ্জাৰক ফোন কৰাত উপস্থিত হোৱা বনকৰ্মীৰ হাতত গটাই দিয়াহল পক্ষীটো ৷ বনবিভাগে দেওহাহঁবুলি নিশ্চিতকৰি স্বাস্থ্য পৰীক্ষাৰ বাবে লৈগ’ল পশুপালন বিভাগলৈ ৷ :: কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


No comments:

Post a Comment

Welcome Northeast News India

মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India