20 November, 2020
আজি ছট পূজা। ক'ভিড১৯ ৰ ভয়াবহতাৰ বাবেই
বিগত বছৰৰ দৰে এইবাৰ নাই গোলাঘাটৰ ধনশিৰী নৈৰ পাৰত নাই ছট পূজা ৰ উল্লাস। অনুষ্টূপীয়া কৈ হ'লেও গোলাঘাট ৰ ধনশিৰী নৈৰ পাৰত ছট পূজা আধ্যাত্মিক ৰীতি নীতি-নিয়ম ৰ মাজেৰে পালন কৰা হৈছে। এইয়া গোলাঘাট ৰ ধনশিৰী নৈৰ পাৰৰ সন্ধিয়া ৰ দৃশ্য। আহকচোন আমি জানো কেনেকৈ এইবাৰ উদযাপন কৰা হৈছে ছটপূজা।
গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট
No comments:
Post a Comment
Welcome Northeast News India