Friday, 20 November 2020

20 November, 2020 কমাৰবন্ধাৰ মীনাদেৱীৰ মৃত্যু ৷ গোলাঘাটৰ কমাৰবন্ধাৰ নপমুৱা কুমাৰ গাঁৱৰ মীনা দেৱীৰ (৪৭ শুক্ৰবাৰে পুৱা যোৰহাটৰ চিকিৎসা মহাবিদ্যালয়ত পৰলোকপ্ৰাপ্তি ঘটে ৷ বৃহস্পতিবাৰে নিশা হাইপ্ৰেচাৰত ভোগাৰ পিছত তেওক পুৱা গোলাঘাটৰ ছহিদ কুশলকোঁৱৰ অ সামৰিক চিকিৎসালয়লৈ নিয়াত চিকিৎসকে যোৰহাটলৈ প্ৰেৰণ কৰিছিল আৰু শুকুৰবাৰে পুৱা ১১ বজাত শেষ নিশ্বাস ত্যাগ কৰে তেও ইহসংসাৰত স্বামী ৰুদ্ৰকান্ত শৰ্মা আৰু দেৱৰ মাখন শৰ্মাক এৰিথৈ গৈছে ৷ আজি সন্ধিয়া নপমুৱা কুমাৰগাঁৱৰ নিজা বাসভৱনৰ কাষত শেষকৃত সম্পন্ন কৰা হয় ৷ ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷

 20 November, 2020


কমাৰবন্ধাৰ মীনাদেৱীৰ মৃত্যু ৷

গোলাঘাটৰ কমাৰবন্ধাৰ নপমুৱা কুমাৰ গাঁৱৰ মীনা দেৱীৰ (৪৭ শুক্ৰবাৰে পুৱা যোৰহাটৰ চিকিৎসা মহাবিদ্যালয়ত পৰলোকপ্ৰাপ্তি ঘটে ৷ বৃহস্পতিবাৰে নিশা হাইপ্ৰেচাৰত ভোগাৰ পিছত  তেওক পুৱা গোলাঘাটৰ ছহিদ কুশলকোঁৱৰ অ সামৰিক চিকিৎসালয়লৈ নিয়াত চিকিৎসকে যোৰহাটলৈ প্ৰেৰণ কৰিছিল আৰু শুকুৰবাৰে পুৱা ১১ বজাত শেষ নিশ্বাস ত্যাগ কৰে তেও ইহসংসাৰত স্বামী ৰুদ্ৰকান্ত শৰ্মা আৰু দেৱৰ মাখন শৰ্মাক এৰিথৈ গৈছে ৷ আজি সন্ধিয়া নপমুৱা কুমাৰগাঁৱৰ নিজা বাসভৱনৰ কাষত শেষকৃত সম্পন্ন কৰা হয় ৷ ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷


No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...