14 August, 2020
অসমৰ চাহ জনগোষ্ঠীৰ আৰ্থসামাজিক উন্নয়নৰ বাবে সৰ্বস্তৰৰ শিক্ষা, স্বনিয়োজিত যুৱক-যুৱতীসকলৰ আৰ্থিক উপাৰ্জন বৃদ্ধিৰে আত্মসংস্থাপন তথা মহিলাসকলৰ মাজত আত্মসহায়ক গোটৰ জৰিয়তে সজাগতা বৃদ্ধি আৰু বিত্তীয় অনুদান প্ৰদান কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ সঞ্চালকালয়ে কেইবাখনো আঁচনি সুচাৰুৰূপে ৰূপায়ণৰ বাবে আবেদন পত্ৰ বিচাৰিছে। আবেদন পত্ৰ সমূহ অনলাইনযোগে www.ttwd.assam.gov.in নতুবা https://sirish.ttwonlineapplication.in ত দাখিল কৰিব লাগিব। আঁচনিসমূহৰ প্ৰ-পত্ৰ দাখিলৰ অন্তিম দিন ১৫ ছেপ্টেম্বৰ, ২০২০।
No comments:
Post a Comment
Welcome Northeast News India