Wednesday, 29 July 2020
29 July, 2020 মাননীয় স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মা ৰ, সৈতে সকলো কাৰ্যবাহী অভিযন্তা তথা গড়কাপ্টানি বিভাগৰ বিষয়াসকলৰ সৈতে ভিডিঅ' কনফাৰেঞ্চিং ব্যৱস্থাযোগে যোৱা কালি জনতা ভৱনত এখন বৈঠক অনুষ্ঠিত হয় যায়। মহামাৰী তথা ধাৰাবাহিক তলাবন্ধৰ পৰিপ্ৰেক্ষিতত কেবাটাও প্ৰকল্পৰ কাম আধৰুৱা হৈ আছে ৷ এই অসমাপ্ত প্ৰকল্পসমূহ পৰ্যালোচনা কৰাৰ লগতে সাম্প্ৰতিক নতুন পৰিস্থিতত কাম-কাজবোৰ গতিশীল কৰাৰ পোষকতা কৰে।
Subscribe to:
Post Comments (Atom)
মানৱ জাতিৰ ধ্বংস সমাগত
মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
।।জয় গুৰু মা প্ৰকৃতি।। বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লা...




No comments:
Post a Comment
Welcome Northeast News India