Saturday, 6 June 2020
6 Jun, 2020 মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে অপূৰ্ব সৃষ্টিৰাজিৰে অসমীয়া সমাজ জীৱনৰ ভেটি সুদৃঢ় কৰি থৈ গৈছে। গুৰুজনাৰ মহান বাণী আৰু আদৰ্শেৰে অনুপ্ৰাণিত হৈ আমি আগুৱাই যাব লাগিব। আজি গুৰুজনাৰ আজি পৱিত্ৰ আৱিৰ্ভাৱ মহোৎসৱত তেৰাৰ শ্ৰীচৰণত ভক্তিভৰা প্রণিপাত জনাইছোঁ। আহি থকা দিন বোৰত যেন সকলো জীৱ জন্তুুকে ধৰি মানৱ জাতিৰ কল্যাণ হয়। মানৱ জাতিয়ে যেন সত্য দিখত খোজ পেলায় আগুৱাবলৈ সক্ষম হয়। মানৱ জাতিৰ ভুল ধাৰণা দুৰ হয়। আহক আমি সকলোবে সুন্দৰ দিশে অগ্রসৰ হওঁ।
Subscribe to:
Post Comments (Atom)
মানৱ জাতিৰ ধ্বংস সমাগত
মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
।।জয় গুৰু মা প্ৰকৃতি।। বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লা...

No comments:
Post a Comment
Welcome Northeast News India