Tuesday, 2 June 2020
2 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে ক'ভিড-১৯ৰ বিৰুদ্ধে সন্মুখৰপৰা যুঁজি থকা টীম অসমৰ উচ্চপদস্থ বিষয়াবৰ্গেৰে গঠিত টাস্ক ফ'ৰ্চৰ সৈতে অসম চৰকাৰৰ মন্ত্ৰী শ্ৰী চন্দ্রমোহন পাটোৱাৰীৰ উপস্থিতিত এক বৈঠকত মিলিত হয়। নিৰ্দিষ্ট ৰ'ডমেপ সন্দৰ্ভত আলোচনা কৰি ভৱিষ্যতে ব্যৱহাৰৰ উপযোগী হোৱাকৈ সকলো তথ্য ডিজিটেল পদ্ধতিত সংৰক্ষণ কৰিবলৈ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। তেখেতসকলে মুখ্যমন্ত্ৰীক অৱগত কৰে যে- অসমেই প্ৰথমখন ৰাজ্য হিচাপে ক'ভিড-১৯ৰ সময়ত আন্তঃজিলা যাতায়াত আৰম্ভ কৰিছিল আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা ২.২৯ লাখ লোক এই পৰ্যন্ত ৰাজ্যলৈ উভতি আহিছে। এনে জটিল সময়ত আগবঢ়োৱা সেৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে সকলোৰে আন্তৰিক শলাগ লয়।
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...



No comments:
Post a Comment
Welcome Northeast News India