24 May, 2020
অসম চৰকাৰৰ
মজুৰিভিত্তিক কৰ্মসংস্থানেৰে গ্ৰাম্য অসমৰ অৰ্থনৈতিক ভেটি সুদৃঢ় কৰাৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জৰিয়তে এমজিএনৰেগাৰ অধীনত জব কাৰ্ডৰ যোগেদি গাঁৱত বাস কৰা প্ৰতিটো ইচ্ছুক পৰিয়ালে লাভ কৰিব ১০০ দিনৰ কৰ্মসংস্থাপনৰ সুবিধা। কৰ্মসংস্থাপনৰ বাবে আগ্ৰহী লোকসকলে মনত ৰাখিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কথা।

No comments:
Post a Comment
Welcome Northeast News India