Sunday, 21 September 2025

জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকিব।

জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকিব। তেওঁৰ মৃত্যু হ'ব নোৱাৰে। আৰু আমাৰ নতুন প্ৰজন্ম সকলোৱে জুবিন দাৰ দৰে হ'বলৈ চেষ্টা কৰিব লাগিব ভাল কৰ্মৰ জড়িয়তে। জুবিন দা অমৰ হয়।

সেৱাৰে
মাধৱ গগৈ
অসম।

Northeast News India

Friday, 19 September 2025

পৃথিৱীৰ বুকুৰ পৰা বিদায় মাগিলে

।।জয় মা আৰু প্ৰকৃতি ।।

মৃত্যু হৈছে এটা চিৰ সত্য কথা। এই পৃথিৱীত জীৱ ৰূপে জন্ম ললে, এদিন মৃত্যু বৰণ কৰিব লাগিব। কিন্তু আমি মানৱ জাতি সত্য কথা মানি লবলৈ আমাৰ কষ্ট হয়। এদিন আমাৰ সকলোৰে এদিন আগতে হওঁক বা এদিন পিছত মৃত্যু অনিবাৰ্য্য। 

তাৰে আজি এই বিশেষ দিনত আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ এই পৃথিৱীৰ বুকুৰ পৰা বিদায় মাগিলে।

তথাপিও তেওঁ মৃত্যুবৰণ কৰিও এই পৃথিৱীত তেওঁৰ সুন্দৰ কৰ্ম ৰাজিৰ জৰিয়তে জীয়াই থাকিব।। তেওঁ অমৰত্ব লাভ কৰিলে।

সেই কাৰণে সকলো মানৱ জাতিয়ে এই পৃথিৱীত জীৱন্ত কালত সুন্দৰ কৰ্ম কৰিবলৈ চেষ্টা কৰিব লাগে। ভাল কৰ্মৰ জড়িয়তে মানৱ জাতিয়ে এই পৃথিৱীত জীয়াই থাকিব পাৰিব।।

সেৱাৰে
মাধৱ গগৈ
অসম।।

Thursday, 3 July 2025

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया है आपलोगो ने। आपलोगो का लूभ ने धरती गन्दी कर दिया है। सभी जीवों को अशान्ति करके राखा है। य प्रकृति के खिलाफ है। ईस धरती पर सभी जीवों का अधिकार है, आच्छे जिनदगी जिने का। लेकिन आपलोगो के वुराई कर्म से सभी खत्म होने के कंगार में है। अभी भी समय है सुधर जाओ। और प्रकृति के साथ दै।।
सेवा मे
माधब गोगोई
असम

Northeast News India

Tuesday, 6 May 2025

বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান।

।।জয় গুৰু মা প্ৰকৃতি।।

বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান।

যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লাভ নহয়। মা আৰু প্ৰকৃতি য়ে ভাৰসাম্য হেৰুৱাই পেলাৱ। সমস্ত জীৱকোলৰ ক্ষতিগ্রস্ত হৱ।

সময় থাকোতেই মানৱ জাতিয়ে শুদ্ধ পথ, শুদ্ধ কৰ্ম, শুদ্ধ চিন্তা,শুদ্ধ মানসিকভাবে এই পৃথিৱীৰ বুকুত জীয়াই থাকিবলৈ চেষ্টা কৰক।

পৃথিৱীত কৈ ডাঙৰ কোনো দেশ, কোনো ৰাষ্ট্ৰ, কোনো ৰাজ্য, কিম্বা কোনো মানুহ হৱ নোৱাৰে।  অন্য জীৱ জন্তুুয়ে যি দৰে পৃথিৱীৰ বুকুত থাকি, পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত অৰিহণা যোগাই আহিছে।

সেইদৰে সমগ্র মানুহ জাতিয়ে পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত অৰিহণা যিমান পাৰে আগবঢ়াই যাৱ লাগে, তেতিয়াহে সকলো জীৱকোল এই পৃথিৱীত জীয়াই থাকিবলৈ সক্ষম হৱ।  নহলে পৃথিৱীৰ বুকুত সমষ্ট জীৱকোল ধংস সমাগত, ইয়াৰ বাবে জগৰীয়া কেৱল মানৱ জাতি হব।। 

সেৱাৰে

।।জয় গুৰু মা প্ৰকৃতি।।
          মাধৱ গগৈ
              অসম

Sunday, 16 March 2025

যি খন দেশত

 যি খন দেশত তথা ৰাজ্যত উচিত বিনামূলীয়া সংস্কাৰ শিক্ষা ব্যৱস্থা অভাৱ, উচিত বিনামূলীয়া স্বাস্থ্য ব্যবস্থা অভাৱ, বিশুদ্ধ খোৱাপানীৰ অভাৱ, তথা খেতিৰ কৃষিভূমি নষ্ট হয়, সেইখন দেশ তথা ৰাজ্যত কৈ দুখিয়া কোনো ৰাষ্ট্ৰ হব নোৱাৰে ।।


সেৱাৰে
মাধৱ গগৈ
   অসম

বিশ্বৰ মানৱ জাতিলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন।।

।। জয় মা আৰু প্ৰকৃতি ।। কাতি বিহুৰ শুভ ক্ষণত বিশ্বৰ মানৱ জাতিলৈ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন জনাইছোঁ। এই শুভ ক্ষণৰ পৰাই মানৱ জাতিৰ সূ ...