।।জয় গুৰু মা প্ৰকৃতি।।
বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান।
যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লাভ নহয়। মা আৰু প্ৰকৃতি য়ে ভাৰসাম্য হেৰুৱাই পেলাৱ। সমস্ত জীৱকোলৰ ক্ষতিগ্রস্ত হৱ।
সময় থাকোতেই মানৱ জাতিয়ে শুদ্ধ পথ, শুদ্ধ কৰ্ম, শুদ্ধ চিন্তা,শুদ্ধ মানসিকভাবে এই পৃথিৱীৰ বুকুত জীয়াই থাকিবলৈ চেষ্টা কৰক।
পৃথিৱীত কৈ ডাঙৰ কোনো দেশ, কোনো ৰাষ্ট্ৰ, কোনো ৰাজ্য, কিম্বা কোনো মানুহ হৱ নোৱাৰে। অন্য জীৱ জন্তুুয়ে যি দৰে পৃথিৱীৰ বুকুত থাকি, পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত অৰিহণা যোগাই আহিছে।
সেইদৰে সমগ্র মানুহ জাতিয়ে পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত অৰিহণা যিমান পাৰে আগবঢ়াই যাৱ লাগে, তেতিয়াহে সকলো জীৱকোল এই পৃথিৱীত জীয়াই থাকিবলৈ সক্ষম হৱ। নহলে পৃথিৱীৰ বুকুত সমষ্ট জীৱকোল ধংস সমাগত, ইয়াৰ বাবে জগৰীয়া কেৱল মানৱ জাতি হব।।
সেৱাৰে
।।জয় গুৰু মা প্ৰকৃতি।।
মাধৱ গগৈ
অসম
Tuesday, 6 May 2025
Sunday, 16 March 2025
যি খন দেশত
যি খন দেশত তথা ৰাজ্যত উচিত বিনামূলীয়া সংস্কাৰ শিক্ষা ব্যৱস্থা অভাৱ, উচিত বিনামূলীয়া স্বাস্থ্য ব্যবস্থা অভাৱ, বিশুদ্ধ খোৱাপানীৰ অভাৱ, তথা খেতিৰ কৃষিভূমি নষ্ট হয়, সেইখন দেশ তথা ৰাজ্যত কৈ দুখিয়া কোনো ৰাষ্ট্ৰ হব নোৱাৰে ।।
সেৱাৰে
মাধৱ গগৈ
অসম
Sunday, 23 February 2025
মানৱ জাতিলৈ আহ্বান
মানুহ জাতিয়ে অকল কিতাপৰ পৰা শিক্ষা গ্রহণ কৰিলেই নহব। প্ৰকৃতিৰ পৰা আন আন জীৱ জন্তুৰ পৰা শিক্ষা গ্রহণ কৰা উচিত। তেওলোকক অনুসৰণ কৰিব লাগে, তেতিয়াহে মানুহ জাতিটোৱে উচিত শিক্ষা লাভ কৰিব পাৰিৱ।
সেৱাৰে ।
মাধৱ গগৈ
সেৱাৰে ।
মাধৱ গগৈ
Thursday, 20 February 2025
সমগ্র মানৱ জাতিলৈ আহ্বান
সমগ্র মানৱ জাতিলৈ আহ্বান
।।জয় মা আৰু প্ৰকৃতি।।
সমগ্র মানৱ জাতি লৈ আহ্বান
সেই মানৱ জাতি, আমি মানৱ জাতিয়ে নিজৰ মাজতে কিয় ভূল বুজা বুজি হৈছো।
ভাল কৰ্মই ধৰ্ম, ধৰ্ম নিজৰ কাৰনে হে ।আমি মানৱ জাতিয়ে ভাল কৰ্ম কৰি যাৱ লাগিব।
আমি মানৱ জাতিয়ে মা আৰু প্ৰকৃতিৰ সেৱা কৰিব লাগিব।
আমি মানৱ জাতিয়ে সকলো জীৱকোলক সমান চকুৰে চোৱা। সকলো জীৱকোলক স- সন্মান প্ৰদান কৰিৱ লাগিৱ।
সকলো জীৱকোলক লৈ হে আমি মানৱ জাতি। সকলো জীৱকোল থাকিলেহে আমি মানৱ জাতি এই মা আৰু প্ৰকৃতিৰ বুকুত জীয়াই থাকিব পাৰিম।
মা আৰু প্ৰকৃতি সুষ্ঠ থাকিলেহে আমি মানৱ জাতি এই পৃথিৱীৰ বুকুত জীয়াই থাকিব পাৰিম, নহলে মানৱ জাতি ধংশ সমাগত।
সকলো মানৱ জাতিলৈ আহ্বান জনাইছো সময় থাকোতেই আমি সকলো মানৱ জাতি নিজৰ নিজৰ ভূল সমূহ শোধৰাই সত্য পথত অগ্ৰসৰ হওঁ।
আমি সকলো মানৱ জাতি মা আৰু প্ৰকৃতিৰ চৰনত নিজকে সেৱা মানসেৰে অৰ্পণ কৰো।
আহঁক আমি সকলো মানৱ জাতি হাতে হাত ধৰি এখন সুন্দৰ পৃথিৱীৰ, সুন্দৰ এক মানৱ জাতিৰ সমাজ গঢ় দিওঁ।
সময়ৰ আহ্বান, সময় থাকোতেই আমি মানৱ জাতিয়ে মা আৰু প্ৰকৃতিৰ চৰনত নিজকে অৰ্পণ কৰিব লাগিব, মা আৰু প্ৰকৃতিৰ যি আহ্বান গ্রহণ কৰি আগবাঢ়ি গলে মানৱ জাতিৰ কল্যাণ হব।
সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ।
Northeast News India
Saturday, 25 January 2025
আহ্বান
।। জয় মা আৰু প্ৰকৃতি।।
👉 অহংকাৰ 👈
সেই মানৱ জাতি অহংকাৰ কৰি কি পাবা ?
কেতিয়াবা শ্মশানলৈ গৈ চাবা।
তাত দেখিবা আপোনাতকৈ ধনী , ধুনীয়া আৰু জ্ঞানী মানুহ মাটিৰ লগত মিলি আছে।।
সেই জীৱ ৰূপি মানৱ জাতি আহঁক আমি সকলো মানৱ জাতি শুদ্ধ অন্তৰৰ জীৱ হৱ চেষ্টা কৰো।।
সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ।
👉 অহংকাৰ 👈
সেই মানৱ জাতি অহংকাৰ কৰি কি পাবা ?
কেতিয়াবা শ্মশানলৈ গৈ চাবা।
তাত দেখিবা আপোনাতকৈ ধনী , ধুনীয়া আৰু জ্ঞানী মানুহ মাটিৰ লগত মিলি আছে।।
সেই জীৱ ৰূপি মানৱ জাতি আহঁক আমি সকলো মানৱ জাতি শুদ্ধ অন্তৰৰ জীৱ হৱ চেষ্টা কৰো।।
সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ।
Thursday, 23 January 2025
মানৱ জাতি সুষ্ঠ মনৰ
।।জয় মা আৰু প্ৰকৃতি।।
মানৱ জাতি সুষ্ঠ মনৰ যদি অধিকাৰী নহয়, তেতিয়া হলে সমগ্র মানৱ জাতি তথা প্ৰকৃতি, জীৱকোলৰ কল্যাণ অসম্ভৱ।
সেৱাৰে।
মা আৰু প্ৰকৃতি
মাধৱ গগৈ
মানৱ জাতি সুষ্ঠ মনৰ যদি অধিকাৰী নহয়, তেতিয়া হলে সমগ্র মানৱ জাতি তথা প্ৰকৃতি, জীৱকোলৰ কল্যাণ অসম্ভৱ।
সেৱাৰে।
মা আৰু প্ৰকৃতি
মাধৱ গগৈ
ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা শুভকামনা জ্ঞাপন
।। জয় মা আৰু প্ৰকৃতি ।।
মানৱ জাতিৰ পৰম্পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা শুভকামনা জ্ঞাপন জনাইছো। এই শুভ খনত সমগ্র মানৱ জাতিৰ শুভ মনৰ, সু চিন্তাৰ উদয় হওঁক। একোখনকৈ সু সমাজ প্ৰতিষ্ঠা হওঁক , সমগ্র বিশ্বতে একোখনকৈ মা আৰু প্ৰকৃতিৰ যি লক্ষ্য আৰু উদ্দেশ্য সেয়া আগত ৰাখি সমাজ গঠন হওঁক তাৰে কামনা কৰিলো।
সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছাৰে।
সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ
মানৱ জাতিৰ পৰম্পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা শুভকামনা জ্ঞাপন জনাইছো। এই শুভ খনত সমগ্র মানৱ জাতিৰ শুভ মনৰ, সু চিন্তাৰ উদয় হওঁক। একোখনকৈ সু সমাজ প্ৰতিষ্ঠা হওঁক , সমগ্র বিশ্বতে একোখনকৈ মা আৰু প্ৰকৃতিৰ যি লক্ষ্য আৰু উদ্দেশ্য সেয়া আগত ৰাখি সমাজ গঠন হওঁক তাৰে কামনা কৰিলো।
সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছাৰে।
সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ
Subscribe to:
Comments (Atom)
মোৰ জাতি এটাই
মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
