Sunday, 23 February 2025

মানৱ জাতিলৈ আহ্বান

মানুহ জাতিয়ে অকল কিতাপৰ পৰা শিক্ষা গ্রহণ কৰিলেই নহব। প্ৰকৃতিৰ পৰা আন আন জীৱ জন্তুৰ পৰা শিক্ষা গ্রহণ কৰা উচিত। তেওলোকক অনুসৰণ কৰিব লাগে, তেতিয়াহে মানুহ জাতিটোৱে উচিত শিক্ষা লাভ কৰিব পাৰিৱ। 

সেৱাৰে ।
মাধৱ গগৈ

Northeast News India

Thursday, 20 February 2025

সমগ্র মানৱ জাতিলৈ আহ্বান

সমগ্র মানৱ জাতিলৈ আহ্বান

।।জয় মা আৰু প্ৰকৃতি।। 

সমগ্র মানৱ জাতি লৈ আহ্বান

সেই মানৱ জাতি, আমি মানৱ জাতিয়ে নিজৰ মাজতে কিয় ভূল বুজা বুজি হৈছো।

 ভাল কৰ্মই ধৰ্ম, ধৰ্ম নিজৰ কাৰনে হে ।আমি মানৱ জাতিয়ে ভাল কৰ্ম কৰি যাৱ লাগিব।

 আমি মানৱ জাতিয়ে মা আৰু প্ৰকৃতিৰ সেৱা কৰিব লাগিব।

আমি মানৱ জাতিয়ে সকলো জীৱকোলক সমান চকুৰে চোৱা। সকলো জীৱকোলক স- সন্মান প্ৰদান কৰিৱ লাগিৱ। 

সকলো জীৱকোলক লৈ হে আমি মানৱ জাতি। সকলো জীৱকোল থাকিলেহে আমি মানৱ জাতি এই মা আৰু প্ৰকৃতিৰ বুকুত জীয়াই থাকিব পাৰিম।

 মা আৰু প্ৰকৃতি সুষ্ঠ থাকিলেহে আমি মানৱ জাতি এই পৃথিৱীৰ বুকুত জীয়াই থাকিব পাৰিম, নহলে মানৱ জাতি ধংশ সমাগত।

 সকলো মানৱ জাতিলৈ আহ্বান জনাইছো সময় থাকোতেই আমি সকলো মানৱ জাতি নিজৰ নিজৰ ভূল সমূহ শোধৰাই সত্য পথত অগ্ৰসৰ হওঁ।

আমি সকলো মানৱ জাতি মা আৰু প্ৰকৃতিৰ চৰনত নিজকে সেৱা মানসেৰে অৰ্পণ কৰো।  

আহঁক আমি সকলো মানৱ জাতি হাতে হাত ধৰি এখন সুন্দৰ পৃথিৱীৰ, সুন্দৰ এক মানৱ জাতিৰ সমাজ গঢ় দিওঁ।

সময়ৰ আহ্বান, সময় থাকোতেই আমি মানৱ জাতিয়ে মা আৰু প্ৰকৃতিৰ চৰনত নিজকে অৰ্পণ কৰিব লাগিব, মা আৰু প্ৰকৃতিৰ যি আহ্বান গ্রহণ কৰি আগবাঢ়ি গলে মানৱ জাতিৰ কল্যাণ হব।

সেৱাৰে 
মা আৰু প্ৰকৃতি 
মাধৱ গগৈ।

Northeast News India

Saturday, 25 January 2025

আহ্বান

।। জয় মা আৰু প্ৰকৃতি।।    

           👉  অহংকাৰ 👈

সেই মানৱ জাতি অহংকাৰ কৰি  কি পাবা ?
কেতিয়াবা শ্মশানলৈ গৈ চাবা।
তাত  দেখিবা আপোনাতকৈ ধনী , ধুনীয়া আৰু জ্ঞানী মানুহ মাটিৰ লগত মিলি আছে।।

সেই জীৱ ৰূপি মানৱ জাতি আহঁক আমি সকলো  মানৱ জাতি শুদ্ধ অন্তৰৰ জীৱ হৱ চেষ্টা কৰো।।

সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ।

Northeast News India

Thursday, 23 January 2025

মানৱ জাতি সুষ্ঠ মনৰ

।।জয় মা আৰু প্ৰকৃতি।।

  মানৱ জাতি সুষ্ঠ মনৰ যদি অধিকাৰী নহয়, তেতিয়া হলে সমগ্র মানৱ জাতি তথা প্ৰকৃতি, জীৱকোলৰ কল্যাণ অসম্ভৱ।

সেৱাৰে।

মা আৰু প্ৰকৃতি
মাধৱ গগৈ

Northeast News India

ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা শুভকামনা জ্ঞাপন

।। জয় মা আৰু প্ৰকৃতি ।।  
                                                               
মানৱ জাতিৰ পৰম্পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা শুভকামনা জ্ঞাপন জনাইছো। এই শুভ খনত সমগ্র মানৱ জাতিৰ শুভ মনৰ, সু চিন্তাৰ উদয় হওঁক। একোখনকৈ সু সমাজ প্ৰতিষ্ঠা হওঁক , সমগ্র বিশ্বতে একোখনকৈ মা আৰু প্ৰকৃতিৰ যি লক্ষ্য আৰু উদ্দেশ্য সেয়া আগত ৰাখি  সমাজ গঠন হওঁক তাৰে কামনা কৰিলো।     

সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছাৰে।


সেৱাৰে 
মা আৰু প্ৰকৃতি 
মাধৱ গগৈ

Wednesday, 28 August 2024

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉

👉 পৃথিৱীৰ ধংশ সমাগত

👉 সাৱধান মানৱ জাতি। 

সেই বিশ্বৰ মানৱ জাতি সাৱধান।

সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰাৱ হ'ল। মানৱ জাতিৰ ভূলৰ কাৰনে পৃথিৱীয়ে ভাৰসাম্য হেৰুৱাৰ উপক্রম হৈছে।

মানৱ জাতিয়ে নিজৰ  লালখা সমূহ, নিজৰ স্বাৰ্থৰ কাৰনে নানান ধৰনৰ বেয়া কাম কৰিছে, প্ৰকৃতিৰ ধংশ আৰম্ভ কৰিছে।

সময় থাকোতে মানৱ জাতিয়ে নিজে কৰা নানান ধৰনৰ অপৰ্কম, নানান ধৰনৰ বেয়া কাম কৰা বন্ধ নকৰে, তেতিয়া হলে পৃথিৱীৰ ধংশ সমাগত।

কোনো শক্তিয়ে পৃথিৱী তথা সমস্ত জীৱকোল বচাবলৈ সক্ষম নহব। সময়ৰ আহ্বান মানৱ জাতিলৈ সত্য, শুদ্ধ গ্ৰহণ কৰক। সকলোকে সমান চকুৰে চাওঁক। সকলোকে সমান সন্মান প্ৰদান কৰক। পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰক। প্ৰকৃতিৰ ধংশ হোৱা কাম বন্ধ কৰক। সকলোৰে মঙ্গল হোৱা কাম কৰক।

তেতিয়াহে সমস্ত জীৱকোলৰ ৰক্ষা সম্ভৱ।।

👉 ।।ভৱিষ্যতবাণী।। 

মাধৱ গগৈ
অসম।

Sunday, 25 August 2024

বিশ্বৰ মানৱ জাতিলৈ সময়ৰ আহ্বান।


 ।।জয় মা আৰু প্ৰকৃতি।। 


বিশ্বৰ মানৱ জাতিলৈ সময়ৰ আহ্বান। 

সেই মানৱ জাতি এই পৃথিৱীত পাপ তেতিয়াহে কমিব, পৃথিৱীত নিকা পৰিৱেশে বিৰাজ কৰিবলৈ সক্ষম হব। সকলো স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিব যি দিনা বিশ্বৰ সকলো মানৱ জাতিয়ে নিজৰ ভূল স্বীকাৰ কৰি নিজৰ ভূল সমূহ সোধৰাৱ। 

প্ৰত্যেক গৰাকী মহিলা সতী দৰে হৱলৈ চেষ্টা কৰিব লাগিব। আৰু প্ৰত্যেক গৰাকী পুৰুষ  মৰ্য্যদা পুৰুষতম শ্ৰী ৰামচন্দ্ৰ দৰে হৱলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে এই পৃথিৱীৰ পৰা পাপ নাইকীয়া হৱ।।

।।জয় মা আৰু প্ৰকৃতি।।

সেৱাৰে 
মা আৰু প্ৰকৃতি 
মাধৱ গগৈ

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...