Monday, 8 May 2023
জাননী
মণিপুৰৰ সাম্প্ৰতিক অশান্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে জিলাখনৰ নাগৰিক বা তেওঁলোকৰ যিকোনো সম্বন্ধীয় ব্যক্তি যদি ৰাজ্যখনত আৱদ্ধ হৈ আছে তেনেহ'লে উদ্ধাৰৰ বাবে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। তাৰ বাবে নাগৰিকসকলে 03774-283282/1077 অথবা আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ 6026900533 ত যোগাযোগ কৰিব পাৰিব।NORTHEAST NEWS INDIA
Thursday, 4 May 2023
*এ.ই.এছ আৰু জাপানীজ এনকেফেলাইতিছ ৰোগৰ ওপৰত আলোচনা সভা সম্পন্ন**এ ই এছ আৰু জাপানীজ এনকেফেলাইতিছ ৰোগ ৰোধ কৰা আৰু ইয়াৰ উচিত চিকিৎসাৰ বাবে যাৱতীয় ব্যৱস্থাৰ তৈয়াৰী*
Friday, 28 April 2023
নং ৰজনাখাট নিম্ন প্ৰাথমিক বিদ্যালয়ে ২০২৩ বৰ্ষৰ গুণোৎসৱত A+ গ্ৰেড লাভ কৰাত বিদ্যালয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজৰ সন্তোষ প্ৰকাশ
*১ নং ৰজনাখাট নিম্ন প্ৰাথমিক বিদ্যালয়ে ২০২৩ বৰ্ষৰ গুণোৎসৱত A+ গ্ৰেড লাভ কৰাত বিদ্যালয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজৰ সন্তোষ প্ৰকাশ
*
২৮ এপ্রিল,২০২৩ঃ ১ নং ৰজনাখাট নিম্ন প্ৰাথমিক বিদ্যালয়ে ২০২৩ বৰ্ষৰ গুণোৎসৱত A+ গ্ৰেড লাভ কৰাত বিদ্যালয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰে। চৰকাৰী বিদ্যালয় সমূহৰ উন্নয়নৰ বাবে চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাক সকলোৱে একেমুখে প্ৰশংসা কৰিছে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত তিখেশ্বৰ দাসদেৱ আৰু প্ৰধান শিক্ষক ম: নচিব আলী বৰবৰাদেৱে ছাত্ৰ-ছাত্ৰীৰ আৰু মাতৃসকলক ধন্যবাদ জনায়। স্থানীয় গাওঁ প্ৰধান শ্ৰীযুত পদ্মনাথ দাসদেৱে বিদ্যালয়ৰ বিদ্যালয় পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সকলোকে আহ্বান জনায়। ৰাইজৰ সহযোগত আজি এক সম্প্ৰীতি ভোজনৰ আয়োজন কৰা হয়।
NORTHEAST NEWS INDIA
সমগ্র মানৱ জাতিলৈ আহ্বান।
Tuesday, 25 April 2023
*বিশ্ব মেলেৰিয়া দিৱস উদযাপন*
Friday, 21 April 2023
*বৰদৈচিলা যুৱ সংঘৰ উদ্যোগত আৰু পোটনী পানী গাঁৱৰ ৰাইজৰ সহযোগত ৰঙালী বিহুৰ উপলক্ষে দিনজোৰা কাৰ্যসূচী*
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...