মণিপুৰৰ সাম্প্ৰতিক অশান্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে জিলাখনৰ নাগৰিক বা তেওঁলোকৰ যিকোনো সম্বন্ধীয় ব্যক্তি যদি ৰাজ্যখনত আৱদ্ধ হৈ আছে তেনেহ'লে উদ্ধাৰৰ বাবে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। তাৰ বাবে নাগৰিকসকলে 03774-283282/1077 অথবা আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ 6026900533 ত যোগাযোগ কৰিব পাৰিব।
Monday, 8 May 2023
মণিপুৰৰ সাম্প্ৰতিক অশান্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে জিলাখনৰ নাগৰিক বা তেওঁলোকৰ যিকোনো সম্বন্ধীয় ব্যক্তি যদি ৰাজ্যখনত আৱদ্ধ হৈ আছে তেনেহ'লে উদ্ধাৰৰ বাবে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। তাৰ বাবে নাগৰিকসকলে 03774-283282/1077 অথবা আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ 6026900533 ত যোগাযোগ কৰিব পাৰিব।NORTHEAST NEWS INDIA
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...
No comments:
Post a Comment
Welcome Northeast News India