অসম শক্তি বিতৰণ কোম্পানী লিমিটেড
জাননী
ইয়াৰ দ্বাৰাই জনসাধাৰণক অৱগত কৰা হয় যে, 132kV গ্ৰীড উপ-কেন্দ্ৰ, এইজিচিএল, বোকাখাটৰ অধীনৰ 132 kV যোৰহাট (পশ্চিম)-বোকাখাট বিদ্য়ুৎ পৰিবাহী লাইনৰ Coridor Cleaning ৰ অৰ্থে অহা 10 মে' 2023 তাৰিখে পুৱা 5:00 বজাৰ পৰা 10:00 বজালৈকে পৰিকল্পিত ভাৱে বিদ্য়ুৎ কৰ্তনৰ ব্য়ৱস্থা কৰা হৈছে |
উক্ত সময়চোৱাত বোকাখাট, কহঁৰা, ৰজাবাৰী, বিহৰা, নুমলীগড়, তেলগৰম, কমাৰগাঁও, বাদুলীপাৰ, খুমটাই তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ প্ৰভাৱিত হ'ব পাৰে।
উপৰোক্ত সময়চোৱাত ৰাইজক আমাৰ সৈতে সহযোগিতা কৰিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হ'ল। অসুবিধাৰ বাবে আমি একান্তই দু:খিত।
সহকাৰী মহাপ্ৰৱন্ধক,
গোলাঘাট বিদ্য়ুৎ সংমণ্ডল,
এপিডিচিএল, ইউএআৰ, গোলাঘাট
No comments:
Post a Comment
Welcome Northeast News India