Tuesday, 15 November 2022

প্ৰতিটো নৱজাতকৰ বাবে মানদণ্ডৰ স্বাস্থ্যসেৱা নিশ্চিত

প্ৰতিটো নৱজাতকৰ বাবে মানদণ্ডৰ স্বাস্থ্যসেৱা নিশ্চিত কৰা'-
National Newborn Week হৈছে উন্নত কৰাৰ এক অভিযান
গুণগত মানদণ্ডৰ বাবে বিভিন্ন দিশৰ ওপৰত সেৱা প্ৰদান আৰু
সুবিধা আৰু সম্প্ৰদায়ত নৱজাতকৰ যত্নৰ সুৰক্ষা
স্তৰ।

Monday, 14 November 2022

*বিশেষ পৰিয়াল পৰিকল্পনা*

*বিশেষ পৰিয়াল পৰিকল্পনা*

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে বিশেষ পৰিয়াল পৰিকল্পনা
অভিযানৰ লগত সংগতি ৰাখি বন্ধ্যাকৰণ পষেকৰ আয়োজন
কৰিছে৷ এই অভিযানত আপোনাৰ নিকটতম চৰকাৰী
চিকিৎসালয়লৈ আহি পৰিয়াল পৰিকল্পনাৰ বিনামূলীয়া
পদ্ধতিসমূহ আৰু ইয়াৰ সঠিক ব্যৱহাৰৰ বিষয়ে উপযুক্ত জ্ঞান
আহৰণ কৰক৷

Sunday, 13 November 2022

মানৱ জাতিলৈ আহ্বান

*জয় মা আৰু প্ৰকৃতি*

*মা আৰু প্ৰকৃতি* 

 🙏🏾প্ৰণাম গ্ৰহণ কৰিব।🙏🏾

বিশ্বৰ সকলো জনসাধাৰণলৈ আহ্বান। 

আহক আমি সকলোৱে এক মানৱ জাতি হিচাপে এই পৃথিবীত গঠন হওঁ। 

আমাৰ সকলোৰে  সাহিত্য,সংস্কৃতি, সভ্যতা, কলা, এখন সুন্দৰ সব্বাঙ্গীন সমাজ ব্যবস্থা সকলো খিনি লগত লৈ আমি সকলোৱে ইজনে সিজনক সকলো দিশতেই সন্মান জনাই এক মানৱ জাতিৰ প্ৰতিষ্ঠা কৰো। 

আমি সকলো জীৱকোল এই পৃথিবীলৈ আহিছো, এখন সুন্দৰ সব্বাঙ্গীন সমাজ গঠন কৰি সকলোৰে মঙ্গল কামনা কৰি, লুভ, মোহ, কাম, ক্ৰৰ্ধ, দম্ভ, অংহকাৰ পৰিত্যাগ কৰি এখন সুন্দৰ পৃথিবী নিমার্ণ কৰিবলৈ আহিছো। 

আমি সকলো মানুহ, গতিকে আমি সকলোৱে মানৱ ধৰ্মক বৰ্তাই ৰাখি এখন সুন্দৰ সব্বাঙ্গীন সমাজ গঠন কৰিব লাগিব। 
 আমি সকলোৱে মা আৰু প্ৰকৃতি ৰ সন্তান। আমাৰ আৰু বেলেগ কোনো নাই। আমি সকলোৱে এই মা আৰু প্ৰকৃতি ৰ বুকুত সুখ শান্তিৰে জীয়াই থাকি মানৱ ধৰ্মক পালন কৰিব লাগিব। 
আহক আমি সকলোৱে সময় থাকোতেই এখন সুন্দৰ সব্বাঙ্গীন এক মানৱ জাতিৰ সমাজ গঠন কৰো। 

সকলো মানৱ জাতিলৈ আহ্বান জনাইছো  সকলো অঞ্চলতে একোখনকৈ মা আৰু প্ৰকৃতি ৰ সমাজ গঠন কৰিবলৈ আহ্বান জনাইছো। 
মা আৰু প্ৰকৃতি ৰ সমাজ  সকলো অঞ্চলতে গঠন কৰিবলৈ যোগাযোগ কৰিবলৈ আহ্বান জনাইছো।। 


🚩আহত আমি  সকলোৱে এই পৃথিবীত  সুস্থ মানৱ জাতি হিচাপে জীৱন নিৰ্বাহ কৰো। 

🚩আহক আমি সকলোৱে সকলোকে মা, দেউতা, বাই, ভনী, ককাই, ভাই, বংশ, পৰিয়াল হিচাপে ব্যৱহাৰ কৰো। 

🚩আহক আমি  সকলো মানৱ জাতি কোনো জাতি ধৰ্ম ভাষা নধৰি মানৱ জাতিৰ পৰিচয় দিও। যেনেকৈ মা আৰু প্ৰকৃতিৰ কোনো ধৰ্ম বা জাতি নাই। 

🚩আহক আমি সকলো বিশ্বত এক মানৱ জাতি বুলি পৰিচয় হওঁ। 

🚩 আহক আমাৰ সকলো মানৱ জাতিৰ ,ভাল কৰ্মই ধৰ্ম হওঁক। 
 
🚩আহক আমি সকলো মানৱ জাতি ইজনে সিজনক  সমভাৱ প্ৰদান কৰো। 

🚩 আহক আমি সকলো মানৱ জাতি, শান্তি সম্প্রতি ভাতিত্ববোধ একতা সকলোৱে বৰ্তাই ৰাখো।

🚩আহক আমি সকলো মানৱ জাতি, এটা পৰিয়াল হৈ এই পৃথিবীত জীয়াই থাকো।  যদি আমাৰ কাৰোবাৰ কিবা বিপদ সমস্যা হয়, তেন্তে সকলোৱে মিলি সেই পৰিয়াল টোক বা ব্যক্তি গৰাকীক সহায় সহযোগিতা প্ৰদান কৰো। 

🚩আহক আমি মানৱ জাতি, আমাৰ সকলোৱে ইজনে সিজনক - মা, দেউতা, বাই, ভনী, ককাই, ভাই, বংশ, পৰিয়াল হিচাপে সন্মান  প্ৰদান কৰো। 

🚩 আহক আমাৰ সকলোৰে  লক্ষ্য আৰু উদ্দেশ্য হওঁক, সুস্থ বিশ্ব গঢ়াৰ। পৃথিবীৰ সকলো জীৱকোলক সমান চকুৰে চোৱা আৰু সকলোকে সম অধিকাৰ দিয়াৰ আহ্বান।

🚩মা আৰু প্ৰকৃতি য়ে দিছে আমাক শক্তি। আমি সকলো মানৱ জাতি হৈ পৰো মা আৰু পৃথিবীৰ দৰে। 
🚩আহক আমি সকলো মানৱ জাতি সকলো ভেদাভেদ লুভ,মোহ,দম্ৱ অংহকাৰ ত্যাগ কৰি, জীৱ শ্ৰেষ্ঠ মানৱ জাতিৰ পৰিচয় দিওঁ । 

  আহক আমি সকলো মানৱ জাতি হাতে হাত ধৰি আগবাঢ়ি যাওঁ আৰু এখন সুন্দৰ সব্বাঙ্গীন পৃথিবী নিমার্ণ কৰো  ।।

🙏🏾সেৱাৰে🙏🏾

মা আৰু প্ৰকৃতি
মাধৱ গগৈ
প্ৰতিষ্ঠাপক।
Email - mother.and.nature2021@gmail.com
WhatsApp - 9859593814

Saturday, 12 November 2022

নিউমোনিয়া হৈছে এক গুৰুতৰ ৰোগ। ই এক মুখ্য কাৰণআমাৰ 5 বছৰৰ তলৰ শিশুৰ মৃত্যুদেশ। লক্ষণবোৰ ৰক্ষা কৰক আৰু লওঁকআপোনাৰ সন্তানক সুৰক্ষা দিবলৈ প্ৰয়োজনীয় প্ৰতিৰোধমূলক ব্যৱস্থা।

নিউমোনিয়া হৈছে এক গুৰুতৰ ৰোগ। ই এক মুখ্য কাৰণ
আমাৰ 5 বছৰৰ তলৰ শিশুৰ মৃত্যু
দেশ। লক্ষণবোৰ ৰক্ষা কৰক আৰু লওঁক
আপোনাৰ সন্তানক সুৰক্ষা দিবলৈ প্ৰয়োজনীয় প্ৰতিৰোধমূলক ব্যৱস্থা।

Friday, 11 November 2022

এমএমআৰ হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি হিচাপে, এনএইচএম অসমে অসমৰ সকলো জিলাতে এক বিশেষ এএনচি অভিযান চলাই আছে। সকলো গৰ্ভৱতী মহিলাক আগবঢ়োৱা সেৱাসমূহ প্ৰাপ্ত কৰিবলৈ অনুৰোধ কৰা হৈছে।


এমএমআৰ হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি হিচাপে, এনএইচএম অসমে অসমৰ সকলো জিলাতে এক বিশেষ এএনচি অভিযান চলাই আছে। সকলো গৰ্ভৱতী মহিলাক আগবঢ়োৱা সেৱাসমূহ প্ৰাপ্ত কৰিবলৈ অনুৰোধ কৰা হৈছে।

Thursday, 10 November 2022

এণ্টি ৰেট্ৰ'ভাইৰেল থেৰাপী চমুকৈ এ আৰ টিৰ বিষয়েজানেনে?

এণ্টি ৰেট্ৰ'ভাইৰেল থেৰাপী চমুকৈ এ আৰ টিৰ বিষয়ে
জানেনে? চৰকাৰী চিকিৎসালয়ৰ এ আৰ টি কেন্দ্ৰত
বিনামূলীয়াকৈ চিকিৎসা উপলব্ধ ।

Wednesday, 9 November 2022

Government of India launched Tele-Manas. Avail thevarious services provided

Government of India launched Tele-Manas. Avail the
various services provided

As part of National Tele-Mental Health Programme
 24x7.

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...