Monday, 14 November 2022

*বিশেষ পৰিয়াল পৰিকল্পনা*

*বিশেষ পৰিয়াল পৰিকল্পনা*

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে বিশেষ পৰিয়াল পৰিকল্পনা
অভিযানৰ লগত সংগতি ৰাখি বন্ধ্যাকৰণ পষেকৰ আয়োজন
কৰিছে৷ এই অভিযানত আপোনাৰ নিকটতম চৰকাৰী
চিকিৎসালয়লৈ আহি পৰিয়াল পৰিকল্পনাৰ বিনামূলীয়া
পদ্ধতিসমূহ আৰু ইয়াৰ সঠিক ব্যৱহাৰৰ বিষয়ে উপযুক্ত জ্ঞান
আহৰণ কৰক৷

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...