Monday, 6 September 2021
নগাঁৱত মা আৰু প্ৰকৃতি নামৰ এটি অনুষ্ঠান গঠন ।
নগাঁৱত মা আৰু প্ৰকৃতি নামৰ এটি অনুষ্ঠান গঠন ।
নগাঁৱ ০৫ চেপ্তেম্বৰ ২০২১:- নগাঁৱত মা আৰু প্ৰকৃতি নামৰ এটি অনুষ্ঠান গঠন । নগাঁৱৰ কঠীয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত ননৈ কমাৰপাৰ প্ৰাথমিক বিদ্যালয়ত দুটা কৈ কাৰ্যসূচী ৰূপায়ন কৰা হয় পূৱাবেলা শিক্ষক দিৱস উদযাপন আৰু দিনৰ ভাগত পৰিয়ালৰ মাতৃ আৰু অভিভাৱক সকলক লৈ ৩১ জনীয়া মা আৰু প্ৰকৃতি নামৰ অনুষ্ঠানটো গঠন কৰা হয়। আমি সকলো পৰিয়াল এখন সুষ্ঠ সমাজত বাসকৰা উদ্দেশ্য নগাঁৱত মুখ্য উপদেষ্টা মাধৱ গগৈ আৰু কেশৱ বৰাক প্ৰধান হিচাপে লৈ কমিটিখন কৰা হৈছে। এই ইউনিটটোত বহুতো কল্যানকামী আঁচনি গ্ৰহণ কৰা হ'ব।
নিউজ ডেস্কঃ ৰিৰ্পত
নৰ্থইষ্ট নিউজ ইণ্ডিয়া।
Sunday, 5 September 2021
আজি ৫ চেপ্তেম্বৰ ২০২১ তাৰিখে বিশ্বৰ ইতিহাসত চিৰস্মৰণীয় হৈ ৰোৱা মহান ব্যক্তি ড°সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱৰ পৱিত্ৰ জন্মতিথি উপলক্ষে সমস্ত শিক্ষক গোষ্ঠীৰ সন্মানাৰ্থে উদযাপন
আজি ৫ চেপ্তেম্বৰ ২০২১ তাৰিখে বিশ্বৰ ইতিহাসত চিৰস্মৰণীয় হৈ ৰোৱা মহান ব্যক্তি ড°সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱৰ পৱিত্ৰ জন্মতিথি উপলক্ষে সমস্ত শিক্ষক গোষ্ঠীৰ সন্মানাৰ্থে উদযাপন কৰা শিক্ষক দিৱসৰ গোলাঘাট জিলা প্ৰশাসন ,শিক্ষা বিভাগ আৰু শিক্ষক সংগঠন সমূহৰ উদ্যোগত বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত ৬০ সংখ্যক শিক্ষক দিৱস অনুষ্ঠানত
গোলাঘাট ৪নং টাউন কুমাৰপট্টি বুনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী
ঊষাৰাণী দেৱীয়ে কীৰ্তী শিক্ষকৰ সন্মানেৰে সন্মানিত হয় ৷জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী মহোদয়াৰ সভাপতিত্তৰে অনুষ্ঠিত হোৱা সভাখনিৰ সম্পূৰ্ণ গুৰি ধৰোঁতা বিদ্যালয়সমূহৰ পৰিদৰ্শক ,গোলাঘাট জিলা সংমণ্ডল তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া ড° সমীৰণ বৰা দেৱৰ তত্বাৱধানত কেবাগৰাকী বিষয়ববীয়া উপস্থিত থাকি আজিৰ সভাখনি সাফল্যমণ্ডিত কৰি তোলে ৷এই সভাত সম্বৰ্ধিত ঊষাৰাণী দেৱীয়ে মনৰ ভাৱ ব্যক্ত কৰি কয় যে ,এই সম্বৰ্ধনা বোৰে শিক্ষকসকলৰ মনত আৰু অধিক শিক্ষাদানৰ স্পৃহা সৃষ্টি কৰাৰ লগতে শিক্ষক সকলক বহুপৰিমাণে দায়বদ্ধ কৰি তোলে ৷আমি আমাৰ প্ৰেছৰ তৰফৰ পৰা তেখেতৰ সুস্বাস্থ্যৰ কামনা কৰিলো আৰু তেখেতৰ পৰা এখন সুস্থ সমাজৰ আশা কৰি লো ৷ধন্যবাদ ৷
---------------------
গোলাঘাটৰ পৰা মাধৱ গগৈ নৰ্থইষ্ট নিউজ ইণ্ডিয়া।
Subscribe to:
Comments (Atom)
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে। মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...