Friday, 25 June 2021

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড লাভ কৰি থকা লোকসকলক প্ৰধানমন্ত্ৰী গৰীব কল্যান অন্ন যোজনাৰ অধীনত যোৱা মে' মাহৰ পৰা অতিৰিক্তভাৱে পৰিয়ালৰ প্ৰতিজন সদস্যৰ নামত ৫ কিলোগ্ৰাম চাউল প্ৰদান কৰি থকা হৈছে ।

25 Jun, 2021

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড লাভ কৰি থকা লোকসকলক প্ৰধানমন্ত্ৰী গৰীব কল্যান অন্ন যোজনাৰ অধীনত যোৱা মে' মাহৰ পৰা অতিৰিক্তভাৱে পৰিয়ালৰ প্ৰতিজন সদস্যৰ নামত ৫ কিলোগ্ৰাম চাউল প্ৰদান কৰি থকা হৈছে । এই আঁচনি দিপাৱলীলৈকে কাৰ্যকৰী হৈ থাকিব । অন্তোদ্যয়া অন্ন যোজনাৰ অধীনত চৰকাৰে প্ৰতি মাহে দি থকা ৩৫ কিলোগ্ৰাম চাউলৰ অতিৰিক্তভাৱে এই ৫ কিলোগ্ৰাম চাউল প্ৰদান কৰি থকা হৈছে । গোলাঘাট মহকুমাৰ বিভিন্ন সমবায় সমিতি আৰু সুলভ মূল্যৰ দোকানৰ সন্মুখত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত এই সম্পৰ্কীয় বেনাৰ আঁৰি বিষয়টো সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হৈছে ।

25 Jun, 2021Daily Covid bulletin Golaghat District

25 Jun, 2021

Daily Covid bulletin Golaghat District

25 Jun, 2021যোৱা ৫ মে', ২০২১ ৰ পৰা ২২ মে', ২০২১ লৈকে ৪৫ বছৰ উৰ্দ্ধৰ যিসকল ব্যক্তিয়ে ক'ভেক্সিনৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল তেওঁলোকে অহা ২৬ জুনত তথা কাইলৈ যোৰহাট জিলাৰ বাঘচুঙ ডনবস্ক' স্কুলত দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব৷ Directorate of Information and Public Relations, Assam

25 Jun, 2021

যোৱা  ৫ মে', ২০২১ ৰ  পৰা ২২ মে', ২০২১ লৈকে ৪৫ বছৰ উৰ্দ্ধৰ যিসকল ব্যক্তিয়ে ক'ভেক্সিনৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল তেওঁলোকে অহা ২৬ জুনত তথা কাইলৈ যোৰহাট জিলাৰ বাঘচুঙ ডনবস্ক' স্কুলত দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব৷ 
 
Directorate of Information and Public Relations, Assam

25 Jun, 2021Dima Hasao District MEGA Covid vaccination Session Plan on 26/06/2021.

25 Jun, 2021

Dima Hasao District  MEGA Covid vaccination Session Plan on 26/06/2021.

25 Jun, 2021COVID-19🦠 update in Dima Hasao Dist dtd 25-06-2021

25 Jun, 2021

COVID-19🦠  update in 
Dima Hasao Dist dtd 25-06-2021

25 Jun, 2021Golaghat Covid Details

25 Jun, 2021

Golaghat Covid Details

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।